এই, ৫ে সেই সময়ত সেই ঠাইত, সেই কথাটো কৰিৰ মনত লাগিছিল। বিয়ে যে আচলতে কাপ কাকড় নি পৰ্বতৰ চিত যা নৈৰ গতিত চল কৰিছিল এনে ভাবি না। | পদ্য লিখিবলৈ আৰু এক প্ৰকাৰে আৰয় কৰিব পাৰি। আগেয়ে এটাই খিনি কথা নলৈ মন গলেই লিখিবলৈ বৰিবা। পাচে লিৰি যাওঁতে তোমাৰ আগৰ তাৰ গোটইবোৰ আহি মনত্ব পাৰিব। এই দেখি কোনো কোনো লিখকে দুখৰ কথা লিখিবলৈ ৰহি চকুৰ লো টুকিবলৈ ধৰে। কিয়নো লিখি যাওঁতে আগৰ দুখ তেনেই উৰ খাই উঠি মন ব্যাকুল কৰি পেলায়। এই নিয়ম কি বৰ ভাল নহয়। গদ্যৰ বিষয় আলোচনা কৰোতে শব্দ আৰু ভাৰৰ বিষয় যি যি কথা কোৱা হৈছিল, সেই এটাইবোৰ পণ্যতো খাটে। সেই বিষয় ইয়াত আমি কেন উনুকিয়ামছে। পদ্য লিখি যাওঁতে যিটো বস্তু যি ভাৰত ৰণাৰা যায় নাম তেনেকুৱা দিয়াই ভাল। বিবেচনা কৰা জুইয়ে এখান বিয়নী বা পৰ্বত পুৰি পেলালে, সেই ঠাইত জুইৰ যে নিষ্ঠৰ সকলো উছন কৰা স্বাৱ আহে সেয়েহে ইয়াত প্ৰকাশ পাইছে, এতেকে এই ঠাইত জুইক হতাশন বুলিলে ল। এই দৰে সূৰ্যক ঠাইত সূৰ্য, ঠাইত ভানু, আৰু কোনো ঠাইত অৰুণ বুলিব পাৰি। শক পাৰ্তোতে পৰা যায় মানে একে এম শব্দ একেলগে বহুৱাব লাগে যেন; দয়াময় দীননাথ দয়া দান দিয়া, কাকুতি কৰিমেই কাত কবিয়া। এই দুই শাৰীৰবোৰ প্ৰায় একেক। প্ৰথম শাৰীৰবোৰ প্ৰায় দৰে আৰু দ্বিতীয় শাৰীৰবোৰ প্ৰায় ‘ক’ৰে আৰম্ভ হৈছে। পদ্য লিখোতে পদ মিলাবৰ নিমিত্তে নলগা শব্দও অনেক লিখিৰ লগাত পাৰে। ইয়াৰ হাত পৰা যায় মানে এৰাবলৈ যত্ন কৰা উচিত। মিত্ৰাক্ষৰ ছন্দ লিখোতে কেৱল শেহৰ আখৰটো মিলায়েই নেৰিবা। শেহৰ ঘৰৰ দুটা আৰু ব্যঞ্জন বৰ্ণ দুটা অৰ্থাৎ ওপৰৰ ফঁাৰি শেহৰ স্বৰ আৰু ব্যৰুণ ফৰ্ণ দুটা তলৰ ফঁাকি স্বৰ আৰু ব্যগণ দুটাৰ লগত মিলিব লাগে, তেহে শুনিবলৈ ভাল হয়। ওপৰৰ ফঁাকিত ঘদি তৰুণ থাকে তলৰ কঁকিতে। বৰুণ ৰা তেনেকুৱা কোনো শব্দ লগোৱা
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৭৯
অৱয়ব