________________
সাহিত্য-সংগ্ৰহ। বি হল। সেই এৰৰবায়ে যে সেই অন ফাঁড়ী পাই তা কোনেক নোৱাৰে। পাচে বৰবৰুৱাই যেতিয়া গও বিহিবলৈ মন কৰিলে, তেতিয়া এটা বৰাই মৰণত শৰণ দি আঠুকাঢ়ি বৰকৰাত জনালে, “দেউতা ঈশ্বৰ,। লেখিছে গা লেখিলেই পাইক ওলাব। ” এই কথা শুনা মাত্ৰেই বুদ্ধিমান বৰষয়াই আনিলে সে নিজেই সেই ঝাড়ী পাইক। পাচে ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱত নাই, কড়াৰ কাকতৰ পৰা ওলাই চমুৱাত সোমাল। কাড়ীৰ পৰাই নাম কাটি ৰজাই সত্ৰ বা দেৱালয়ৰ পাইক বা কত কৰে। কোনো লোকক বন্দী দিয়ে। চাইটা মানুছে এটা গোট পাইক হৈছিল আৰু এটাই এপোৱা। শাড়ী কি চমুৱ। উভয়তে এইৰূপ গোট গণনা। প্ৰতি কাড়া পাইকে এটি নিৰ্দিষ্ট সময় পৰ্যন্ত ৰাৰ বা বিষয়াৰ কাৰ্য্য কৰিব লাগে। সেই কাল অতীত হলে আন পাইকে তাক সলনি কৰে। খাটনিৰ কাল দহ দিনেই অতি নন। চমুৱা হৈ যিবিলাক মানুষ কোনো বিশেষ খেলত সোমা, সিও এই দৰেই কোনো এসমত খাটনি কৰে। সময়ে সময়ে খাটনিৰ কালৰ ব্যানাধিক্য হয়। চমুৱা খেলৰ লোকসকলে সেই খেলৰ লোকে যি কাৰ্য্য কৰিব লাগে, সেই কাৰ্য্য সৰুৰেপৰা শিক্ষা কৰে। শিক্ষিত হলেই সেই কাৰ্যত এন্বত হয়। যেতিয়ালৈকে শিক্ষাত মুঠে, তেতিয়ালৈকে সি কাৰ্যত হাত মিলিয়ে। যেনে, সোণাৰীৰ খেলৰ লোকসকলে সৰুৰেপৰ সোণাৰীৰ কাৰ্য্য শিক্ষা কৰে। যেতিয়া ৰাষৰীয়া কাম কৰিবপৰা হয়, তেতিয়াহে সেই কত যেময়। কাড়া পাইকৰ এটা নিয়ম এই যে ১৬ বছৰ নহয় মানে সি পাই গণনাত নপৰে, ১৮ বছৰ হৈ গলেই সি পাইকৰ গণনাত পৰে। পাচে পাইকৰ গণনাত পৰে এই ভয়তে মুনি লবিলাকে অনেক বয়সলৈকে কাপোৰ পিপিন্ধিছিল। ঝাড়ী পাইকৰ ওপৰত যি বিষয় থাকে, সেই বিষয়াই সময়ে সময়ে খাটিৰ যে মানুহ বিচাৰি ফুৰিছিল। অনেক বিষয়াই আকৌ পাইক গোপন কৰিছিল, যা পৰিলে সেই বিষয়াই উগ্ৰদণ্ড পাইছিল। কাড়ী এক চমুৱা বিনে মহ, ভ, দেৱলীয়া, পাইক আৰু গোলাম এই কেইবি। এজাও ছিল। এক প্ৰকাৰ এই পাঁচ বিধ প্ৰজাও চমুৱা। কোনো সন্ত্ৰ বা থালয় মিলে ধৰ্ষ-চৰ্চ কৰে আৰু দেশৰ ধৰ্ম প্ৰবৰ্তা, সেইসকলেই