পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

১ সাহিত্য-সংগ্ৰহ। শৰিয়ল মাহৰ ওপৰত কৰ্তৃক চায়। এই পাৰিবাৰিক শাসন (Patriarchal Government) পাচত, প্ৰত্যেক পৰিয়ালৰ তেনেকুৱা মুখ্য মানুহবিলাকৰ মাজৰপৰা এজনক বাছি সকলোৰে দলপতি কৰি লোৱা হয়; ফাকুমত সেই পালিকে ৰজা নাম পায়। ইংৰাজবিলাকৰ পুৰ্বপুৰুষ। চেঞ্জনবলাক দেয়া শুনি অছিল, সেই সময়ত সিহতৰ সমাজত কোনো বিশেষ পৰ্ব ৩ বা বজ নাছিগ। বলত পৰিয়াল একে ঠাইতে লগ লাগি পৰস্পৰৰ ভিতৰত সহানুভূতি আৰু সম্ভাৱ ৰাখি আছিল মাথোন। কেতিয়াস যুদ্ধৰ সময়ত :ণীয়াল মানুহবোৰৰ মাজৰপৰা এজনক বাছি সিহতৰ দলপতি কৰি গোৱা হৈছিল। বিটন আক্ৰমণ কৰিবৰ সময়ত সেই ৰে বেলেগ বেলেগ দলপতি বাছি গৈছিল। কালক্ৰমত সেই বেলেগ বেলেগ পতিবিলাক ৰজা হৈ বেলেগ বেলেগ ৰাজ্য পাতিলে। ঈষ্ট, এগ্নীয়া, মাচিয়া প্ৰভৃতি সপ্তৰাজ্যৰ তেতিয়াই সৃষ্টি হয়। অৱশেষত সেই সৰু সৰু ৰবিলাকৰ পৰস্পৰৰ মাজত যুদ্ধ বিগ্ৰহ হৈ সিহঁত দুৰ্বল হোৱাত, এটাইসোৰ ৰাজ্য পৰা ৰুমী ওয়েচে, ৰাজ্যৰ তললৈ আহিল। তেতিয়া ওয়েচেয়া, বা 'ডাঙ্গ হল, ওয়েষ্ট চেন জাবোৰৰ ক্ষমতা বাঢিল। ৰজাৰ যিমান কম। বাঢ়ি যায়, নিমান বা আৰু প্ৰজাৰ মাজত প্ৰভেদ বহল হয়। আৰ শেসত ৰাৰ ক্ষমতা গোচাৰী হৈ উঠে। ৰাজ্যত অত্যাচাৰ হবলৈ ধৰে, এখন ৰজাৰ সুখৰ কাৰণে জোৰ হেজাৰ মানুহে পাটিব লাগে, হেজাৰ হেজাৰ মানুহে ৰাজসিংহাসনৰ আগত পীঘল হৈ পৰি থাকেহি। অকল মেয়েই নহয়, ৰাৰ ওচৰত কিছুমান বিশ্বাসী বন্ধু থাকে। সিহঁতক ৰজাই আদৰ কৰি শিল্প সম্পন্তু দি ডাক্ষৰ মানুহ কৰে; সিহতেই দেশত উপাধি পোৱা ডাঙ্গৰীয়া বুলি বিখ্যাত হৈ উঠে। সেইবিলাক ডাক্ষৰীয়াৰ সুখৰ নিমিত্তে আকৌ বহুত মানুহে খাটিব লাগে। এই কৰে দেশত এফালে এক শ্ৰেণী কুলীন ডাৰীয়াৰ সৃষ্টি হয়, অন ফালে এক শ্ৰেনী দাসব্যৱসায়ী মানুহৰ আৰম্ভ হয়। ইয়াৰ এৰাই সমাৰুত সমাধাৰ নোহাৱা হৈ পৰে। যেতিয়া এনেকুৱা কুলীন প্ৰথা দেশত বৰকৈ চলিৰলৈ ধৰে, যেতিয়া ডাঙ্গীবিলাক ওপৰলৈ উঠে আৰু সাধাৰণ মানুহবিলাকে দাসত্বৰ শিকনি পিন্ধে, যেতিয়া ৰজাৰ আমাৰ আৰু ইচ্ছাৰ একে: প্ৰতিবন্ধক নেথাকে, তেতিয় সমাজে এক ভয় লগা