পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


জীবন-সঙ্গীত। শোকৰ কৰিতা ৰচি, হুধাৰি চকু-লো মছি, নকবা জীৱন মিছ৷ নিশাৰ সপোন । অসাৰ সংসাৰ ভাই, ইয়াত সকাম নাই, মোহমর মাteামিম সকলো মাথোন ৷ পুত্র-কন্যা পৰিবাৰ, কোন তৱ তুমি কাৰ, বুলি হেৰ অ কাৰ্য্য ও ন কৰ1 বেজাৰ । কলাখুমটীয়া হই অাতম। যে অাছে ৰই, জানিব। মৰণ নাই এই আতমাৰ ॥ অস্থায়ী মানৱ দেহা কৰিম ছদিন বেহ।, ফুৰিম দুদিন মার্থে। সংসাৰ-হাট ত । ছুদিনৰ অ হলে, আয়ুষ ঢু কাই গলে, সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত ॥ চকু, কাণ, না ক যাব, হাড়, ছাল সাং হব, মাটিৰ মানুহ তুমি মাটিত মিলিবা । অবিনtশী নিত্যধন, অমৰণ অভগন, অনন্ত উন্মতিশীল আতমা জানিব। ॥ সদাই চকু-লো টোক, ছখত মগণ থকা ভোগ, খ, জীৱনৰ উদ্দেশ্য নহয় । এনে ভাৱে কাম কৰ, দিনে যেন আগ বাঢ়1 প্ৰতি দিনে খোজ যেন আগলৈহে যায় ৷ পল পল দণ্ড কৰি, সময় গইছে উৰি, পাfলগা কড়ৰ নিচিন। অবিৰাম । বইগৰ আছে গতি, সময় ভাকৰ আতি, -কৰিব লগীয়া আমি মাচে বৰ কাম ।