পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৭০ ৰমাৱন্ত । ভাঙ্গো আজি সকলে তোমাৰ মিছা টেল । বুজা কেন মত শিশু ছৱালৰ কলা তুমি কেনমত বীৰ পৰীক্ষাক চাওঁ। নুহি যেবে বোলা ক্ষমা কৰিয়া পঠাওঁ । যদ্যপি আমাৰ যুনি নোছে ক্ষমা ধৰ্ম্ম । বৃদ্ধ দেখি তোমাক লগয় মোৰ ম । বায়োক গৃহক গুক দিলোহো বিদায় । তথাপিতে। যদ্যপি তোমঃৰ ক্ষমা নাই । মোৰ দোষ নাহি তেবে কৰ্থো স্বরূপত । কৰে। চূৰ সকলে তোমাৰ গৰ্ব্ব যত । তোমাৰ ধসু ৰ বৰ বখনা মহত্ত্ব । বল বুজি চাওঁ ধনুখান কেনমত ॥ ই হাত লগাইলে গুণ ভঙ্গ যদি মন! । লগাইবেহে ; গুণ ধন মে ক দিয: আন! i হে মাৰ ধৰ্ম্মত গুণ প{বে1 যেনে দিতে । fofনবা বণ ত তেবে তে}মা ক ইঙ্গিতে ॥ শুনিয়া পৰ্যৰামে ধ স্থান দিলা । ও বামে লগাইল গুণ কৰি মহালীলা । বল দিয়; ব৷ঘৰে টনস্থ ধমুথা ন । লে ক লে ক ব বে ফুল-ধৰ্ম ৰ সমান । ধনু টানি ।সচংে হাস্য হৰিষি । ইহাৰেসে মহ ৰ বখানা তুমি ঋষি ॥ এহি বুলি ৰামে নৰলি পিল টান মহাশকে মাজতে ভাঙ্গিল! ধনুখান । শবদৰ রোস ত কম্পিল নি ভুবন । মহাভয়ে অচেতন ভৈল সৰ্ব্বজন বা ঘৱে বোলন্ত গুক কৰিলে। অ কাজ । টানহে ভাঙ্গিল ধনু ভৈলো৷ মই লাজ ।