পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১ই ৰামায়ণ । কৈয়া ৰাম বুলিয়া মাতত নীয়কৰি । রাহ্মণৰ চিহ্ন যন্ত্রস্ত। আছা ধৰি । কম্রিয় লক্ষণ হাতে আছে ধমুখান । পৰম নিৰ্ধৱ দয়। নাহি অণুমান । পিতৃৰ বচনে কাটি আছয় মাতৃক। হেন জনে আন ক কৰিৰে দয়া কি ক। শিৰে জটাভাৰ গলে কদ্ৰাক্ষৰ মালা । কটিত বাকলি বস্ত্ৰ কুশৰ মেখল। ॥ ঝ ক বাক দা শোভা কৰে গোফ দাড়ি । গ।ৱে মল পঙ্ক বনবাসী রূপ ধাৰী । ছাতে মালা ধৰিয়। জপ সৰ্ব্বক্ষণ । উ ফৰ স্ত ক্ৰোধত দেখিবে যম যেন ॥ জব চালি কপালৰ গঠি শিহৰাই । দশন চোবায়া কোপে মাত ও শেহাই ॥ গৰ্জিৰে লাগিল। অতি নিষ্ঠ, ৰ বচনে। জামাৰ গুৰুৰ ধনু ভাঙ্গিল কমনে ॥ বামহাতে ধৰি ঘোৰতৰ ধনুখান । পৃথিৱীৰ ক্ষত্ৰি মাৰি কৰিলে। নিজাণ ॥ ক্ষত্ৰি হুয়া কোন বীৰ পুনৰপি আইল । জানিলো সিজনে মোৰ বাইক নাপাইল । মোৰ কথ। শুনি ক্ষত্ৰি নাম কোন ধৰে। হেনমত ভয় সিতো সাসক ন কৰে । এবে কেন জনে মোক নগণে মনত । এতিক্ষণ থিৰ হৌক মোহোৰ আগত । ৰৌদ্ৰে বৰষণে আতি পৰিয়া আছয় ।

  • খন্দা ধনুক ভাঙ্গি মুনিহ কহয় ॥

অ।জি যেবে জীৱ লৈয়া যায় মোৰ আগে । তেবে গৈয়া বীৰ ত্ব কহোক যত লাগে ॥