পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/১২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ৰাম কর্তৃক হৰধনুৰ্ভঙ্গ । ভাইঙ্গে বিবাহ সীতা দিবোহো নিশ্চয় । না পাৰিলা গুণ দিবে যত ৰাজাচয় । ৰাম ক দেখিয়। বসি গুণে মনে মনে । মিছা অঙ্গীকাৰ কৰি:Mাহে? কি কাৰণে । এ:স্ত সে জানিবা বৰ সীতাৰ উচিত । বিধাত। জ। নিয়। কৰিলন্ত উপস্থিত ॥ মহা উচপিচ মুনি কৰে মোৰ চিত্ত। না পৰিবে ৰাঘৱে ধভুত গুণ দিত ॥ ৰাম ক চইত্তে অঙ্গীকাৰ হেৰুৱাওঁ । অঙ্গীকাৰ’চার্চে যেবে ৰামক নাপাওঁ ৷ এ ক ক চইবেহা মোৰ অপৰ নঘটে । বাজিয়া ৰহিলৈ। মই উভয় শঙ্কটে ॥ বিশ্বামিত্ৰে বোলন্ত জনক মহাভাগ । ইসব চিন্তা ক তুমি কৰ। পৰিত্যাগ ॥ কোন বস্তু ধনুখান ৰামৰ আগত । না জানাহ। তুমি ৰামচন্দ্ৰৰ মহত্ত্ব ॥ ঈষত কটাক্ষে ধনু ভাঙ্গিবত্ত ৰামে । পাইৱন্ত সীতাক চিন্তা কৰাঁকি ব। কামে ॥ বুলিলা জনকে বিশ্বামিত্ৰক দুনাই । কেমনে গুচিবে চিষ্য। শুনিয়ে1 অতাই । ধবিলেক ধন মহা মহা ৰাজাগণে । লাৰিবাকো নপাৰিলা অনেক যতনে ॥ কোমল শৰীৰ ৰাম বয়সত অল্প । পৰম কঠিন ধমু যেন বত্র কল্প । তাক ধৰি গৈয়। ৰামচন্দ্ৰে কি কৰিব । আছো গুণ দিবে লাৰিবাকো নাপাৰিব । ধ'ত ফগাইবে গুণ ৰামৰ না লাগে। সমাজ ত লঘু কেনে হৈব মহাভাগে ।