পৃষ্ঠা:Su swasthyar aadhar.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সেইকাৰণে ইয়াক school myopia বুলিও অর্থ হৈছে আন্ধাৰ। অর্থাৎ এই ৰােগত কোৱা হয়। প্রায় ১৫-ৰ পৰা ২০ শতাংশ আক্রান্ত ব্যক্তিয়ে চৌদিশে আন্ধাৰ আন্ধাৰ শিশু এই ৰােগৰ দ্বাৰা আক্রান্ত হয়। পিতৃ দেখা পায়। মাতৃ দুয়ােজনৰে মায়’পিয়া থাকিলে প্রায় চিকিৎসা ২০% শিশু এই ৰােগত ভােগা দেখা যায়। সাধাৰণতে মায়’পিয়াত মাইনাছ বা জনবিশ্বাস মতে অত্যধিক টিভি, ম'বাইল, কনকেভ লেন্স ব্যৱহাৰ কৰা হয়। মাইনাছ লেপটপ আদিৰ ব্যৱহাৰ বা অতি ওচৰৰ পাৱাৰযুক্ত চছমা (contact lens) ব্যৱহাৰ পৰা সূক্ষ্ম কাম কৰিলে সাধাৰণ মায়পিয়া কৰা হয়। লাসিক (Lasik) নামৰ শল্য হয় বুলি কোৱা হয় যদিও ইয়াৰ কোনাে চিকিৎসাৰ দ্বাৰাও মায় পিয়াৰ চিকিৎসা বিজ্ঞানসন্মত ব্যাখ্যা পােৱা নাযায়। এই কৰা হয়। ইয়াত Excimer laser ব্যৱহাৰ ৰােগত ভােগা শিশুসকলে প্রায় চকু দুটা কৰি চকুৰ কর্নিয়া অংশ পাতল কৰি দিয়া আধা মুদা কৰি ৰাখে, যাতে কিছুপৰিমাণে হয়। সাধাৰণতে লেজিক ছার্জাৰি ২০ ভালদৰে দেখিব পাৰে। সাধাৰণ মায় পিয়া বছৰ বয়সৰ পাছত কৰা হয়। ভিটামিন বা ৫-ৰ পৰা ১০ বছৰ বয়সত আৰম্ভ হয় আৰু প্রটিনযুক্ত খাদ্য ব্যৱহাৰ কৰি ইয়াক কিছু প্রায় ১৮-ৰ পৰা ২০ বছৰলৈ বৃদ্ধি হােৱা পৰিমাণে প্রতিৰােধ কৰিব পাৰি। দেখা যায়। প্ৰতিৰােধ বা ল'বলগীয়া সাৱধানতা ক্ষয়জনিত বা বিকাৰজনিত মায় পিয়া (prophylaxis) : (Pathological) এই বিধ মায় পিয়াও ঘাই কৈ যিহেতু মায় পিয়া কিছু পৰিমাণে শিশুসকলৰ মাজত হােৱা দেখা যায় আৰু বংশানুক্রমিক, গতিকে দুজন মায় পিয়া ৰােগীৰ মাজত বিবাহ নহ’বলৈ পৰামর্শ ইয়াক high myopia বুলিও কোৱা দিয়া হয়। কিবা কাৰণত দুজন এনে হয় কাৰণ ইয়াত চকুৰ দৃষ্টিশক্তি বহুত ৰােগীৰ মাজত বিবাহ হলেও বেছি পৰিমাণে ব্যাহত হয়। ই সাধাৰণতে তেওঁলােকক সন্তান জন্ম নিদিবলৈ বংশানুক্রমিক হয় আৰু ইয়াত চকুৰ পৰামর্শ দিয়া হয়। degenerative change fogallo Qata দেখা যায়। এই ৰােগত আক্রান্ত ব্যক্তিয়ে আয়ুর্বেদিক চিকিৎসা চকুৰ সন্মুখত কলা কলা বস্তু কিছুমান চশমাৰ বাহিৰেও আয়ুর্বেদিক দেখা পায়। কেতিয়াবা কেতিয়াবা বিজ্ঞানতমায় পিয়াৰ বহু ফলপ্রসূ চিকিৎসা কুকুৰীকণাত (nightblindness) আক্রান্ত আছে। মায় পিয়াত প্রধানকৈ তলত হােৱাও দেখা যায়। এই ৰােগত চকু আৰু উল্লেখ কৰা ঔষধসমূহ ব্যৱহাৰ কৰা চকুৰ মণি দুটা কিছু পৰিমাণে ডাঙৰ হােৱা হয়— সপ্তামৃত লৌহ, অশ্বগন্ধা চূর্ণ, দেখা যায়। আয়ুর্বেদিক চিকিৎসা ত্রিফলা। যাদ্যবাদী ঘৃত, মহা ত্রিফলা বিজ্ঞানত মায়’পিয়া ৰােগৰ বিষয়ে প্রায় ঘৃত ইত্যাদি। ইয়াৰ উপৰি নেত্র তপণ চাৰি হাজাৰ বছৰৰ আগতে উল্লেখ কৰা নামৰ এবিধ বিশেষ আয়ুর্বেদিক চিকিৎসা হৈছে। আয়ুর্বেদিক চিকিৎসাত ইয়াক পদ্ধতিৰ দ্বাৰা high myopiaত বহুত ভাল তিমিৰ ৰােগ বুলি কোৱা হয়।তিমিৰ শব্দৰ ফল পােৱা যায়। ৬৭