পৃষ্ঠা:Su swasthyar aadhar.pdf/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হয় বা কোনাে গেদ দেখা যায়। তেনেহলে ইয়াৰ ম্যাদ উকলা (Ex- piry) বুলি ধৰিব লাগে। আনহাতে নতুনকৈ বড়িত দিয়া ঔষধত এলকহলৰ গােন্ধ থাকে, যদিও লাহে লাহে পুৰণি হলে ইয়াৰ গােন্ধ নােহাৱা হয় আৰুবড়িবােৰ শুকাই যাই। যদিও ঔষধৰ গুণ একে থাকে। হােমিঅ’ ঔষধ সমূহ সূৰ্যৰ প্রত্যক্ষ পােহৰৰ পৰা আতৰাই শুকান, ঠাণ্ডা আৰু জেকাহীন ঠাইত ৰাখিব লাগে। উগ্র গােন্ধ যুক্ত বস্তু হােমিঅ’ ঔষধৰ ওচৰত ৰাখিব নালাগে। হােমিঅ'পেথিক চিকিৎসা পদ্ধতিৰ অর্গানন অব মেডিচিন আৰু হােমিঅ'পেথিক ফার্মাচীত উল্লেখিত নীতি নির্দেশনা মতে পৰীক্ষা-নিৰীক্ষা কৰি তথা চিকিৎসা সম্পর্কীয় তথ্য (Clinical data) আহৰণকৰিপ্রতিষ্ঠিত এক চিকিৎসা পদ্ধতি। আন্তঃৰাষ্ট্রীয় মানসম্পন্ন বিভিন্ন গৱেষণাৰ দ্বাৰা হােমিঅ’ চিকিৎসাৰ বৈজ্ঞানিক ভিত্তি প্রমাণ কৰা হৈছে। এই চিকিৎসাৰ ঔষধৰ কার্যকাৰিতা মানুহৰ উপৰিও জন্তু আৰু গছ-গছনিৰ ওপৰততা প্রমাণ কৰা হৈছে। যিয়ে ইয়াৰ নায্যতা প্রমাণ কৰে। হােমিঅ'পেথিক চিকিৎসা পদ্ধতি কেৱল এটি প্রমাণিত বিজ্ঞানেই নহয়, ই এটি কাৰ্যকৰী, উপযুক্ত আৰু শৰীৰৰ কোনাে ক্ষতি নােহােৱাকৈ কৰিব পৰা চিকিৎসা পদ্ধতি। আনকি হােমিঅ'পেথিক চিকিৎসাৰ জনক ডাঃ খ্রীষ্টিয়ান। ফ্রেডাৰিক চেমুৱেল হােনিমেনেহে “এলােপেথিক” নামটো দিছিল যাক আজিও ঔষধ পৰীক্ষাৰ (Experi mental Pharmacology)ৰপ্রতিষ্ঠাতা বুলি কোৱা হয়। ১৩। সকলাে ৰােগৰে হােমিঅ’ চিকিৎসা আছেনে? অন্যান্য পদ্ধতিৰ দৰে হােমিঅ’পপথিক চিকিৎসা পদ্ধতিৰৰ সুবিধা আৰু সীমাবদ্ধতা আছে। এই সম্পর্কে বিভিন্ন ঠাইত আলােচনা কৰা হৈছে। ১৪। হােমিঅ'পেথিক চিকিৎসা বৈজ্ঞানিক ভাৱে প্রমাণিত চিকিৎসা পদ্ধতিনে? WE Lycopodium Clavatum মুণ্ড