পৃষ্ঠা:Su swasthyar aadhar.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুণনথকা মাধ্যম গ্লবিউলচ বা পাউদাৰ (Suger ofMilk)তমিহলাইখাবদিয়া হয় বাবে ঔষধসমূহ দেখাত একে যেন লাগে। কোনাে এটা বেমাৰ আগতে নির্ণয় কৰিব নােৱাৰিলেও যদি সেই ৰােগীজনৰ লক্ষণ সমূহ ভালদৰে ল’ব পৰা যায় তেনেহ'লে ৰােগটোৰ নাম ধৰা নপৰাকৈও ৰােগীজনক চিকিৎসা কৰিব পাৰি। তদুপৰি হােমিঅ'পেথিত ৰােগীকহে চিকিৎসা কৰা হয়, ৰােগক নহয়। ৯। হােমিঅ'পেথিক চিকিৎসা পদ্ধতিৰ জ্ঞান কেনেকৈ আয়ত্ব কবি পাৰি? পাঁচ বছৰ ছমহীয়া (বি.এইচ.এম.এছ) ডিগ্রী পাঠ্যক্রম পঢ়িলে এজন ছাত্রক চিকিৎসকৰূপেপঞ্জীয়ভুক্তকৰাহয় আৰু তেওঁ সমাজত চিকিৎসা সেৱা আগবঢ়াব পাৰে। এই পাঠ্যক্ৰমত নাম ভৰি বাবে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰীক্ষাত উত্তীর্ণ হােৱাৰ লগতে সৰ্বভাৰতীয় ভিত্তিত ‘নিট (NEET) পৰীক্ষাত উত্তীর্ণহলাগে।ইয়াৰউপৰিও এ ডি (পােষ্ট গ্রেজুৱেট), পি.এইছ, ডি আদি উচ্চ শিক্ষাৰাে ব্যৱস্থা আছে। এই পদ্ধতিত মানৱ শৰীৰৰ যাৱতীয় সকলল খিনি জনাৰ বাবে শিক্ষা দিয়া হয়। ব্যৱহাৰিক আৰু পঠন দুয়ােটা দিশৰ ওপৰত ভিত্তিকৰি এই শিক্ষা দিয়া হয়। ১১। হােমিঅ'পেথিক ঔষধসমূহ স্টেইড় নেকিবা এইঔষধসমূহত ষ্টেইড়আছে। নেকি? হােমিওপেথিক ঔষধসমূহউৎসআৰু কেনেকৈপ্রস্তুতকৰাহয় তাক পূর্বতেবর্ণনা কৰা হৈছে। গতিকে এইঔষধত ট্রেইড় থকাৰ প্রশ্নই নুঠে। অৱশ্যে অশিক্ষিত বা তথাকথিত চিকিৎসকে যদি হােমিঅ’পেথিক ঔষধৰ লগতে ষ্টেইড় বা তেনে জাতীয়ঔষধব্যৱহাৰ কৰেতাক জনা নাযায়। ৰােগীও এই সম্পর্কত সচেতন হােৱা উচিতআৰু অৰ্হতা সম্পন্ন চিকিৎসকৰ পৰামৰ্শ লােৱা উচিত। ১০।যদিকাৰােবাৰ বেমাৰ এটা সঠিকভাবে নির্ণয় কৰিব পৰা নাযায় তেন্তে হােমিঅ'পেখিয়ে বেমাৰটোভালকৰাত সহায় কৰিব পাৰেনে? হােমিঅ'পেথিক চিকিৎসা পদ্ধতি সম্পৰ্ণৰূপে লক্ষণভিত্তিক চিকিৎসা পদ্ধতি। ৰােগীজনৰ লক্ষণসমূহ বিচাৰি উলিয়াই বৈশিষ্ট পূর্ণলক্ষণসমূহৰ ওপৰত ভিত্তি কৰি ঔষধ দিয়া যায়। সেয়েহে ১২। হােমিঅ'পেথিক ঔষধৰ ম্যাদ (Expiry) teca? হােমিঅ’পেথিক ঔষধৰ সাধাৰণতে কোনাে ম্যাদ উকলাৰ সময়সীমা নাথাকে। তথাপি কেতিয়াবা হােমিঅ’পেথিক ঔষধ দিয়া বড়িসমূহৰ বগা ৰঙ সলনি হ'লে ইয়াক গ্রহণ কৰিব নালাগে। আনহাতে শক্তিকৃত জুলীয়া ঔষধ সমূহৰ ৰঙৰ যদি সলনি ২৩৭