পৃষ্ঠা:Su swasthyar aadhar.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গৰ্ভাৱস্থাত হােমিঅ'পেথিক চিকিৎসা সুস্থ মাতৃত্বৰ ওপৰতে এটি সুস্থ শিশুৰ গৰ্ভৱস্থাত দেখা দিয়া বিভিন্ন উপসর্গ : জন্ম নিৰ্ভৰ কৰে। কিন্তু আমাৰ দেশৰ আর্থ গৰ্ভাৱস্থাৰ সময় ভেদে মহিলা সামাজিক ব্যৱস্থাই আজিও এই দিশত গৰাকীৰ সাধাৰণতে বিভিন্ন উপসর্গ দেখা আশানুৰূপ সফলতা লাভ কৰা নাই। আমাৰ দিয়ে। এই উপসর্গ কিছুমান স্বাভাৱিক যদিও চৰকাৰে বিভিন্ন সময়ত সুস্থ মাতৃত্ব প্রদানৰ বহুসময়ত উপসর্গসমূহ বেছি হ'লে বাবে বিভিন্ন কার্যসূচী গ্রহণ কৰিছে যদিও মাতৃগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটা দেখা যায়। আজিও মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাসৰ নিৰ্ধাৰিত সেয়ে এনে বহুতাে উপসর্গত প্রয়ােগ কৰিব লক্ষ্যত উপনীত হ'ব পৰা নাই। এই ক্ষেত্ৰত পৰা বহুতাে হােমিঅ’পেথিক ঔষধ আছে। অন্যান্য চিকিৎসা পদ্ধতিৰ লগতে যাৰ দ্বাৰা মাতৃ তথা গর্ভস্থ শিশুটিৰ কোনাে হােমিঅ'পেথিক চিকিৎসা পদ্ধতিয়েও ক্ষতি নােহােৱাকৈ চিকিৎসা কৰি উপশম দিব গৰ্ভৱতী মাতৃৰ বিভিন্ন উপসর্গ আৰু প্রসুতি পাৰি। সচৰাচৰ দেখা দিয়া এনে কেইটামান পৰিচৰ্যাৰ ক্ষেত্ৰত উল্লেখযােগ্য বৰঙণি সমস্যাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। আগবঢ়াব পৰা সমল আছে। সেয়ে ভাৰত চৰকাৰে এই চিকিৎসা পদ্ধতিৰ গুৰুত্বৰ প্ৰতি (১) বমি ভাৱ আৰু বমি (Nausea লক্ষ্য কৰি ২০০৭ চনতে সুস্থ মাতৃত্ব আৰু & Vomiting) : উকালি বা বমি বমি ভাব সুস্থ শিশুৰ বাবে হােমিঅ'পেথি’ নামৰ আৰু বমি গৰ্ভাৱস্থাৰ এটি সাধাৰণ সমস্যা ৰাষ্ট্ৰীয় অভিযান কাৰ্যসূচী এটি গ্রহণ কৰিছে যাক ৰাতিপুৱাৰ উপসর্গ (Morning আৰু প্ৰতিখন ৰাজ্যতে এই কাৰ্যসূচী ৰূপয়ণ Sickness) বুলিও কোৱা হয়। এই উপসর্গ কৰি আছে। ইয়াত গৰ্ভৱৰ্তী মাতৃ আৰু সাধাৰণতে গর্ভধাৰণৰ ৬ সপ্তাহৰপৰা ১২ প্রসুতি কালীন অৱস্থাৰ কিছুমান উপসর্গৰ ১৪ সপ্তাহলৈ অহা দেখা যায় আৰু প্রায় নিদান সম্পর্কে চমুকৈ আলােচনা কৰা হ'ল। ৭০% গৰ্ভৱতীয়েই এই সমস্যাত ভােগে। ২১২