পৃষ্ঠা:Su swasthyar aadhar.pdf/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

oc অৱশ্যে এই উপসর্গ প্রথম মাহেকীয়া তিনিমাহত দেখা যায়। এই উপসর্গই দেখা বন্ধহােৱাৰ লগে লগে আৰম্ভ হৈ গৰ্ভধাৰণৰ দিলে পুষ্টিকৰ আহাৰ খােৱাৰ লগতে গােটেই সময় চোৱাতাে থাকিব পাৰে। এই হােমিঅ'পেথিক ঔষধ যেনে— এলুমিনা, উপসর্গত হােমিঅ’পেথিক ঔষধ যেনে— কেলকেৰিয়া কার্ব, কাব’ ভেজ, মেগ কার্ব, চিপিয়া, কলচিকাম, আর্চ এলবাম, এন্টিম ক্রুদ, চাইলেচিয়া আদি ঔষধ খালে ইপিকাক, গছিপিয়াম, পিক্রিক এচিড, উপশম পাব পাৰি। নাক্স, পালচেটিলা আদি ব্যৱহাৰ কৰি আৰাম পােৱা যায়। ৪) কৌষ্ঠকাঠিন্য আৰু অৰ্শৰােগ (Constipation & Piles) ঃ গৰ্ভাৱস্থাত ২) বুকুৰ পােৰণি আৰু বদহজম একাংশ মহিলাই কৌষ্ঠকাঠিন্য আৰু বাৰে (Heartbum & Indigestion) ঃ গৰ্ভাৱস্থাত বাৰে পায়খানালৈ যােৱা সমস্যাত ভােগে। সাধাৰণতে মহিলাগৰাকীয়ে বুকুৰ পােৰণিৰ আনহাতে এই সময়ত গুহ্যদ্বাৰ বাঢ়ি অহাৰ লগতে সাধাৰণ বিষ অনুভৱ কৰা, টেঙা টেঙা লগতে পায়খানা কৰােতে তেজ পৰা দেখা ওকালি অহা, খাবলৈ ইচ্ছা নােযােৱা আৰু যায় যাক অর্শ বুলি কোৱা হয়। এই অৱস্থাৰ ভালকৈ হজম নােহােৱা আদি সমস্যাই দেখা পৰা নিৰাময় পাবলৈ এচকুলাচ হিপ, এমন দিয়ে। সেয়ে এই সময়ত খাদ্য একেলগে মিউৰ, কলিনচনিয়া, এলুমিনা, কেলি কার্ব, বেছিকৈ খােৱা, বেছি মছলা জাতীয় খাদ্য, নাক্স ভমিকা, চিপিয়া আদি ঔষধ ব্যৱহাৰ ৰাতি দেৰিকৈ খােৱা,আদি কার্য পৰিহাৰ কৰা হয়। কৰিব লাগে। গৰ্ভৱর্তী মাতৃৰ এই সমস্যাত হােমিঅ'পেথিক ঔষধ যেনে এচিটিক ৫) মানসিক উত্তেজনা আৰু ভয় এচিডাম, কেপচিকাম, নাক্স ভােমিকা, (Anxiety & Fear) ঃ গৰ্ভাৱস্থাত বহু পালচেটিলা, কার্ব’ ভেজ, মেক কার্ব, নেট্রাম মহিলাই গৰ্ভাৱস্থাৰ ভয় আৰু মানসিক ফছ আদি ব্যৱহাৰ কৰি সুফল পােৱা যায়। আশংকা বা উত্তেজনাত ভােগা দেখা যায়। যিসকল মহিলাই গৰ্ভাৱস্থা বা শিশু জন্মাৱস্থাৰ জটিলতাৰ অভিজ্ঞতা থাকে বা (৩) অস্বাভাৱিক বস্তুৰ প্রতি আগ্রহ পূর্বতে মৃত সন্তান জন্ম দিয়ে তেনেকুৱা (Pica) ঃ গৰ্ভাৱস্থাত কিছুমান মহিলাৰ মহিলাৰ ক্ষেত্ৰত এই সমস্যা বেছি দেখা যায়। কিছুমান অস্বাভাৱিক বস্তু যেনে বােকামাটি, এইক্ষেত্ৰত মানসিক অশান্তি আৰু অন্যান্য পােৰা মাটি, চকপেঞ্চিল, আচাৰ আদি কাৰকৰ লগতে লক্ষণ ভিত্তিক খাবলৈ অতি আগ্রহ জন্মে অথচ এইবািক হােমিঅ'পেথিক ঔষধ প্রয়ােগ কৰি সুফল বস্তুৰ কোনাে পৰিপুষ্টি নাই। প্রায় ৬৮% পােৱা যায়। এই উপসর্গত সচৰাচৰ ব্যৱহাৰ গৰ্ভৱতী মাতৃৰে এই লক্ষণ দেখা যায় আৰু হােৱা ঔষধ সমূহ হ’লঃ একোনাইট, আর্চ সাধাৰণতে প্রথমবাৰ গৰ্ভধাৰণত বেছিকৈ এলবাম, চিমিচিফুগা, ইগনেচিয়া, নাক্স দেখা যায়। ইয়াক প্রথম বা দ্বিতীয় মচকেটা, পালচেটিলা আদি।