পৃষ্ঠা:Su swasthyar aadhar.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হােমিঅ'পেথিক চিকিৎসা সূচনা ঃ আজিৰ পৰা দুশ বাইছ বছৰ দ্বিধাগ্রস্ততাই বিৰাজ কৰিছিল। সেয়ে প্রচলিত আগতে জার্মানীৰ প্ৰসিদ্ধ চিকিৎসক ডাঃ চিকিৎসা ব্যৱস্থাত বিতুষ্ট হৈ হেনিমেনে খ্রীষ্টিয়ান ফ্লেৰিক চেমুৱেল হেনিমেনে চিকিৎসা কার্য ত্যাগ কৰি জীৱিকা নির্বাহৰ হােমিঅ'পেথিক চিকিৎসা পদ্ধতি আৱিষ্কাৰ বাবে বিভিন্ন ভাষাত গ্রন্থ অনুবাদ কার্যত কৰিছিল। ঐতিহাসিক প্রেক্ষাপটৰ পৰা আমি মনােনিৱেশ কৰিছিল। ঘটনাক্রমে হেনিমেন জানাে যে আধুনিক চিকিৎসাবিজ্ঞানে অন্ধকাৰ ডাঃকুলেনৰ মেটেৰিয়া মেডিকাভেষজ গ্রন্থ) যুগৰ বহু বাধা অতিক্রম কৰি অজ্ঞানতা আৰু অনুবাদ কাৰ্যৰ দ্বাৰা উদ্ভাসিত হৈ এটি নতুন অন্ধবিশ্বাসৰ পৰা মুক্ত হৈছিল। ওঠৰ আৰু চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰিলে। এই নতুন উনৈশ শতিকা আছিল নতুন আৱিষ্কাৰ, নতুন চিকিৎসা পদ্ধতিটো সম্পূর্ণ প্রকৃতিৰ নিয়ম, ব্যাখ্যাৰ নৱজাগৰণৰ যুগ। এই সময়ছােৱাৰ দৰ্শন আৰু যুক্তিবাদৰ নীতিৰ আধাৰত বহুতাে বিজ্ঞানীয়ে নতুনকৈ উদ্ভাৱন হােৱা প্রতিষ্ঠিত। নতুনকৈ আৱিষ্কৃত এই চিকিৎসা বৈজ্ঞানিক তথ্যসমূহৰ বিষয়ে যুক্তিপূর্ণ চিন্তা, পদ্ধতিটোৰ বিষয়ে হেনিমেনে ১৭৯৬ চনত সঠিক পর্যৱেক্ষণ আৰু পৰীক্ষা-নিৰীক্ষাত সেইসময়ৰবহুলপ্রচলিত চিকিৎসা আলােচনী গুৰুত্ব প্ৰদান কৰিছিল। বিজ্ঞানৰ এই ‘Hufeland's Journal'ত প্ৰকাশ কৰিলে। অগ্রগতিৰ পিছতাে বিশিষ্ট বিজ্ঞানী তথা এই নতুনকৈ আৱিষ্কৃত চিকিৎসা পদ্ধতিটোক যুক্তিবাদী চিকিৎসক ডাঃ হেনিমেন প্রচলিত প্রতিষ্ঠা কৰিবলৈ গৈ তেওঁ বিজ্ঞানী চিকিৎসা বিজ্ঞানৰ তত্ত্ব আৰু ধাৰণাত সন্তুষ্ট গেলিলিও, ব্রুন’আদিৰ দৰে কঠোৰ সংগ্রাম, হ'ব পৰা নাছিল।কাৰণ এইসময়তাে চিকিৎসা পৰিশ্ৰম, সাহস আৰু আত্মােৎসর্গ কৰিব লগা বিজ্ঞানত ৰােগৰ কাৰণ নির্ণয় সম্পর্কত বিভিন্ন হৈছিল। অৱশেষত, এই নতুন চিকিৎসা ১৮১