পৃষ্ঠা:Su swasthyar aadhar.pdf/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদ্ধতিটো হােমিঅ'পেথিক চিকিৎসা পদ্ধতি হােমিঅ'পেথিক চিকিৎসা পদ্ধতি কি? হিচাপে প্রতিষ্ঠা লাভ কৰিলে আৰু সমগ্র ‘হােমিঅ'পেথি’ শব্দটো গ্রীক ভাষাৰ মানৱ জাতি উপকৃত হ’ল। আজি ‘Homoeos’(অর্থাৎ Similar বাসদৃশ) আৰু হােমিঅ'পেথিক চিকিৎসা পদ্ধতি বর্তমান Pathos' (aperte Suffering at 15 lat) বিশ্বত প্রচলিত চিকিৎসা পদ্ধতিসমূহৰ শব্দৰ পৰা আহিছে। হােমিঅ'পেথিক চিকিৎসা ভিতৰত সর্বজন পাৰিচিত এক অন্যতম পদ্ধতিটো প্ৰকৃতিত নিহিত থকা আৰােগ্য নীতি চিকিৎসা পদ্ধতি। বিগত প্রায় আঢ়ৈ শতিকা সদৃশে সদৃশক আৰােগ্য কৰে’ (Similia জুৰি দেখুৱাই অহা সফলতাই প্রমাণ কৰিছে। Similibus Curanturৰ আধাৰতপ্রতিষ্ঠিত। হােমিঅ’পেথিক চিকিৎসাৰ কাৰ্যকৰী গুণ। এই চিকিৎসাত ৰােগীৰ লক্ষণ সমষ্টিৰ লগত সাদৃশ্য থকা এনেকুৱা এটি ঔষধ প্রয়ােগ কৰা হয় যিটো ঔষধে ঔষধ পৰীক্ষা’ (Drug proving)ৰ সময়ত সুস্থ মানৱ দেহত সদৃশ Cinchona :Trees লক্ষণ সমষ্টি উৎপন্ন কৰিব পাৰে। আমাৰ অসমীয়া ফকৰা যােজনাত কোৱাৰ দৰে, “হুলেৰেহে কাঢ়িব পাৰি। প্ৰকৃতিত নিহিত হৈথকা এইসদৃশবিধান(Law ofSimilars) কথা চিকিৎসা বিজ্ঞানৰ জনক হিপােক্রেট’ আৰু পেৰাচেলচাচেও উল্লেখ কৰিছিল। আমাৰ প্রাচীন ভাৰতীয় দর্শনতাে সদৃশ বিধানৰ কথা উল্লেখ আছে। কিন্তু অনুসন্ধিৎসুচিকিৎসক ডাঃ হেনিমেনেহে এই সদৃশ নীতিৰ আধাৰত চিনকোনা হােমিঅ'পেথিক চিকিৎসাকপ্রতিষ্ঠিত কৰিবলৈ গছৰ ছাল সক্ষমহয়। “যিদৰে মােৰঅহিংস নীতি কেতিয়াও পৰাজিত নহয়, সেইদৰে হােমিঅ'পেথি কেতিয়াও পৰাজিত নহয়। জনসাধাৰণে সঠিকভাৱে ইয়াৰ কার্যকৰিতাৰ কথা কব, কিন্তু এইটোহ’লসুলভ আৰুঅহিংসভাৱে ৰােগীক চিকিত্সকৰিব পৰা আটাইতকৈ শেহতীয়া আৰু বিশুদ্ধ চিকিৎসা পদ্ধতি। চৰকাৰে এই চিকিৎসা পদ্ধতিটোক আমাৰ দুখীয়া দেশখনত উৎসাহিত আৰু পৃষ্ঠপােষকতা কৰা উচিত। হােমিঅ'পেথিয়ে অন্য পদ্ধতিতকৈ বহুৰােগীক আৰােগ্য কৰিব পাৰে আৰু নিঃসন্দেহে এই চিকিৎসা পদ্ধতি বেছি সুৰক্ষিত, সুলভ আৰু সর্বসম্পূর্ণ চিকিৎসা পদ্ধতি।” —জাতিৰ পিতা মহাত্মা গান্ধী ১৮২