পৃষ্ঠা:Su swasthyar aadhar.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০) প্রাকৃতিক চিকিৎসাত শৰীৰটোক সামগ্রীক ভাবে গণ্য কৰা হয়, ইয়াত বিশেষ স্থিতিৰ বাবে চিকিৎসাদিয়া নহয়। ১১) প্রাকৃতিক চিকিৎসাত ঔষধ ব্যৱহাৰ কৰা পাছতহে এইবােৰে শৰীৰত আক্রমণ কৰি নহয়। প্রাকৃতিক চিকিৎসা অনুসৰি “খাদ্যই হৈছেঔষধ”। শৰীৰত জীয়াই থাকিব পাৰে। মূল কাৰণ হৈছে ব্যাধিগ্রস্ত পদার্থ, বীজানু নহয়। ১২) গান্ধীজীৰ মতে, “ৰামনাম হৈছে সার্বোত্তম এইবােৰ হৈছেদ্বিতীয় কাৰণ। প্রাকৃতিক চিকিৎসা” যত ব্যক্তিৰ নিজ বিশ্বাস অনুসৰি কৰা প্রার্থনা চিকিৎসাৰ এক ৩) হঠাৎ আকৃত ৰােগ হৈছে বন্ধু, ইশনহয়। গুৰুত্বপূর্ণ অংশ হােৱা উচিত বুলি তেওঁ বাৰম্বাৰ হােৱা ৰােগবােৰ হৈছে যে ভুল কৈছিল। চিকিৎসা আৰু অত্যাধিক ৰােগ দমাই ৰখাৰ ফলাফল। প্রাকৃতিক চিকিৎসাত উপলব্ধ বিভিন্ন প্রকার ৪) প্রকৃতি হৈছে মহানতম চিকিৎসাৰ কাৰক। প্রাকৃতিক চিকিৎসা হৈছে স্বাস্থ্যসন্মত এক ৰােগৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চিকিৎসা বিজ্ঞান। ইআমাক কিদৰে জীৱন-ধাৰণ আৰু বেমাৰ হ’লে নিজৰ স্বাস্থ্য পুনৰ কৰিব লাগে, আমি কি খাব লাগে আৰু আমাৰ ওভতাই আনিবলৈ শৰীৰৰ এটা সক্ষমতা দৈনন্দিন দিনচর্যা কেনে হ’ব লাগে তাক আছে। শিকায়। প্রাকৃতিক চিকিৎসাই আমাক কেৱল ৰােগৰ পৰা মুক্তি দিয়াৰ লগতে ই আমাক ৫) প্রাকৃতিক চিকিৎসাত ৰােগীক চিকিৎসা কৰা ইতিবাচক আৰু তনকিয়াল স্বাস্থ্য লাভ কৰাতাে হয়, ৰােগৰ নহয়। সহায় কৰে। ৬) প্রাকৃতিক চিকিৎসাত ৰােগ নির্ণয় কৰাটো ইয়াৰ প্রধান উদ্দেশ্য হৈছে মানুহৰ জীৱন অতি সহজ প্রদর্শনৰ প্ৰয়ােজন নহয়। অভ্যাস সলনি কৰাতাে আৰু মানুহক স্বাস্থ্যসন্মত চিকিৎসাৰ ক্ষেত্ৰত ৰােগ নির্ণয় কৰাৰ বাবে জীৱনশৈলী শিকোৱাতাে। প্রাকৃতিক চিকিৎসাই দীঘলীয়া অপেক্ষাৰ প্ৰয়ােজন নাই। বিভিন্ন প্রকাৰে মানুহৰ লক্ষ্যত উপনীত হােৱাত ৭) প্রাকৃতিক চিকিৎসাত পুৰণি ৰােগত ভােগা অতি সহায়ক হিচাপেপৰিগণিত হৈছে। ৰােগীক তুলনামূলকভাৱে কম সময়ত মানৱ শৰীৰক নিজে নিজে সুস্থ কৰি সফলতাৰে চিকিৎসা কৰা হয়। ৰাখিবলৈ এক স্বকীয় শক্তি আছে। ইয়াত ৮) প্রাকৃতিক চিকিৎসাৰে দমাই ৰখা ৰােগ পাচবিধ গুৰুত্বপূর্ণ উপাদান (পঞ্চ মহাভূত) চিকিৎসা কৰিব পাৰি। আছে। ইয়াৰ ভাৰসাম্যতা হেৰুৱালে ৰােগৰ সৃষ্টি হয়। এই উপাদানবােৰ যেনে— বায়ু, পানী, ৯) প্রাকৃতিক চিকিৎসাত শাৰীৰিক, মানসিক, মাটি, ৰ'দ আৰু আকাশৰ দ্বাৰা কৰা চিকিৎসা সামাজিক আৰু আধ্যাত্মিক এই চাৰিওটা পদ্ধতিক প্রাকৃতিক চিকিৎসা বুলি জনা যায়। দিশক একেলগে বিচাৰ কৰি চিকিৎসা প্রাকৃতিক চিকিৎসাত ব্যৱহাৰ হােৱা সাধাৰণ আগবঢ়োৱা হয়। চিকিৎসাৰ নিয়মাৱলীতলত উল্লেখ কৰা হল— ১৭৩