পৃষ্ঠা:Su swasthyar aadhar.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

kapha টtta water ঘatt গান্ধীজী ১৯৩৪ চনৰ পৰা ১৯৪৪ চনৰ সময়ছােৱাত পুনেত স্থিত ডাঃ দিনশ্বে মেহতাৰ, ether air “নেচাৰ কিউৰ ক্লিনিক”ত থকা কৰিছিল। তেওঁ স্মৃতিত ভাৰত চৰকাৰে ১৯৮৬ চনত সেই স্থানত অথাৎ পুনেৰ “বাপু ভৱন” তাড়িৱালা ৰােত “ৰাষ্ট্রীয় প্রাকৃতিক চিকিৎসা প্রতিষ্ঠান earth fire (National Institute of Naturopathy) প্রতিষ্ঠা কৰে। এই প্রতিষ্ঠানটোৱে বহুমূখী সেৱা আগবঢ়াই আহিছে। গান্ধীজীৰ প্ৰভাৱত পৰি কেবাজনাে জাতীয় নেতাই এই সংখ্যালঘূ স্বাস্থ্য আন্দোলনত যােগদান কৰে। এই ক্ষেত্ৰত প্রাক্তন চিকিৎসকে শুদ্ধ প্রাকৃতিক নীতি-নিয়মবােৰ প্রধান মন্ত্রী শ্ৰী মােৰাৰজী দেসাই, গুজৰাটৰ প্রয়ােগ কৰি আৰু প্রাকৃতিক শক্তিসমূহক প্রাক্তন ৰাজ্যপাল শ্রী শ্রীমান নাৰায়নজী, প্রাক্তন নিৰাপদ সীমাৰ ভিতৰত কাম কৰাৰ বাবে ৰাষ্ট্রপতি শ্রীভি.ভি.গিৰি, আচার্য বিনােৱা ভাৱে নিয়ন্ত্রণ কৰি আৰােগ্য লাভৰ ক্ষেত্ৰত প্ৰকৃতিৰ আৰু শ্ৰী বালকোভা ভাৱেৰ নাম বিশেষভাৱে প্রয়াসত সহযােগিতা কৰে। উল্লেখ কৰিব পাৰি। ইয়াৰ পিছত ভাৰত বৰ্ষত প্রাকৃতিক চিকিৎসাৰ পুনঃজীৱিত কৰণৰ কাৰণে প্রাকৃতিক চিকিৎসাৰ ইতিহাস আৰু সিদ্ধান্ত বিভিন্ন ৰাজ্যত এক আন্দোলন গঢ়ি উঠে আৰু ভাৰতত প্রাকৃতিক চিকিৎসা পুনৰুজ্জীৱিত বর্তমান এই চিকিৎসা পদ্ধতি স্বতন্ত্রভাবে হৈ পৰাটো আৰম্ভ হয় লুই কুহনেৰ “নিউ চাইন্স জনমানসত প্রতিষ্ঠিত হােৱাৰ উপৰিও বিশ্ব অৱ হীলিঙ” শীর্ষত কিতাপখনৰ অনুবাদৰ বিদ্যালয়ৰ অধীনত পাঁচ বছৰ আৰু ছয় মাহৰ পাছত। শ্ৰী ডি, ভেঙ্কট চেলাপটি শর্মাই প্রায় পুনকালিন বি. এন. ৱাই এচ (Bechalor of ১৮৯৪ চনত এই কিতাপখন তেলগু ভাষালৈ Naturopathy and Yogic Science) ডিগ্রী অনুবাদ কৰে। বিজনৌৰৰ শ্ৰী শ্ৰোতি কিচ্ছন প্রাঠ্যক্ৰমৰ ব্যৱস্থা আছে যাক ভাৰত চৰকাৰৰ স্বৰূপে এই কিতাপখন ১৯০৪ চনত হিন্দী আৰু আয়ুস মন্ত্ৰালয়ৰ দ্বাৰা নিয়ন্ত্রীত। ইংৰাজী ভাষালৈ অনুবাদ কৰে। ইয়েই এই প্রাকৃতিক চিকিৎসাৰনিয়মাৱলীঃ পদ্ধতিটোৰ একবহলভিত্তিক বিস্তাৰ ঘটায়। ১) সকলাে ৰােগ, ইয়াৰ কাৰণ আৰু ইয়াৰ গান্ধীজী এডলফ জাষ্টৰ দ্বাৰা ৰচিত চিকিৎসা আটাইবােৰ এক। মানসিক ক্রীড়া কিতাপ “ৰিটাৰ্ণ টু নেচাৰ”ৰ দ্বাৰা প্ৰভাৱিত হয় আৰু পাৰিপাৰ্শ্বিক স্থিতিৰ বাহিৰে সকলাে আৰু প্রাকৃতিক চিকিৎসাৰ এক দৃঢ় বিশ্বাসী হৈ ৰােগৰ কাৰণ এক আৰু এইটো হৈছে। পৰে। তেওঁ প্রাকৃতিক চিকিৎসাৰ সপক্ষে কেৱল দেহত ব্যাধিগ্রস্ত পদার্থ জমা আৰু দেহৰ তেওঁৰ বাতৰি কাকত “হৰিজনত কেবাটাও পৰা এই পদার্থ আতৰ কৰাটোৱেই হৈছে। প্ৰৱন্ধ লিখাতেই ক্ষান্ত নাথাকি ইয়াৰ কেবাবাৰাে ইয়াৰ চিকিৎসা নিজৰ ওপৰত নিজৰ পৰিয়ালৰ সদস্যৰ ওপৰত আৰু তেওঁৰ আশ্ৰমৰ সদস্যৰ ওপৰত প্রয়ােগ ২) ৰােগৰ প্রাথমিক কাৰণ বীজানুনহয়, দেহত কৰিছিল। এই খিনিতে উল্লেখ কৰিব পাৰি যে ব্যাধিগ্রস্ত পদার্থ জমা হৈ বীজানুৰ বাবে এক অনুকূল পৰিস্থিতি সৃষ্টি কৰাৰ ১৭২