পৃষ্ঠা:Su swasthyar aadhar.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আনিব আৰু সোঁহাতখন আনিব আৰু আঁঠু দুটালগ কৰিআগৰঅৱস্থালৈ আহিব। উপকাৰিতাঃ এই আসন ককালৰ বিষ আৰু ডিঙিৰহাড়ৰ সমস্যাদূৰকৰাতসহায় কৰে।

  • এই আসনে ডায়োম (Diaphragm)

আৰু হাওঁফাওঁৰ ক্ষমতা বঢ়োৱাত সহায় কৰে। সাৱধানতাঃ

  • আঁঠুৰ বিষ থাকিলেকৰিব।
  • উশাহ লৈআগৰঅৱস্থালৈ আহিব।
  • উশাহ এৰিবজ্ৰাসনত আহিবিশ্রাম কৰিব।

উপকাৰিতাঃ

  • এই আসনে মানসিক চাপ আৰু ক্রোধ

কমাতসহায়কৰে।

  • এই আসনে জননাংগত শক্তি যােগায়,

কোষ্ঠকাঠিন্য, বদহজম, ককালৰ বিষ দূৰ কৰে। সাৱধানঃ

  • অতিপাতককালৰ বিষতকৰিবনালাগে।
  • উচ্চ ৰক্তচাপ ৰােগীয়ে এই আসন কৰিব

নালাগে।

  • আঁঠুৰবাত বিষতভুগি থাকিলেনকৰিব।

উত্তান মঞ্জুকাসনঃ উত্তান শব্দৰ অৰ্থওপৰলৈ উঠাআৰু মন্দুকামানে ভেকুলী এই আসনৰ পূৰ্ণ অৱস্থাত ভেকুলীৰ দৰে দেখা যায়বাবে এইনামদিয়া হৈছে। অভ্যাসবিধিঃ

  • বজ্ৰাসনত বহিব।
  • গােৰােহা লগ লগাই যিমান পাৰি আঁঠু

বহলাইৰাখিব।

  • সোঁহাতখন উঠাই কিলাকোটি ভাজ কৰি

সােকান্ধৰ পিছফালে নি হাতৰ তলুৱা বাঁও কান্ধৰতলতস্থাপনকৰিব।

  • একেদৰে বাওঁহাতখন একে পদ্ধতিত

বক্ৰাসনঃ বক্ৰ শব্দই পাকখােৱা বুজাই। এই আসনটোৱে ৰাজহাড় পাকখােৱাই ৰাজহাড় নমনীয় আৰু শক্তিশালীকৰি তােলে। স্থিতিঃদণ্ডাসন, ৰাখিব।

  • এই অৱস্থাত অলপ সময় ৰ'ব আৰু

বাওঁহাতখন লাহে লাহে আগৰ অৱস্থালৈ I অভ্যাসবিধিঃ

  • সোভৰি কোচাই আনি গােৰােহাবাওঁ আঁঠুৰ

কাষত ৰাখিব লাগে।

  • উশাহ এৰি দেহাটো সোঁফালে ঘুৰাবলাগে।
  • বাওঁহাতখন সে আঁঠুৰ কাষেদি আনি

সোভৰিৰ বুঢ়া আঙুলিত স্পর্শ কৰি ভৰিৰ পতাৰ ওপৰতবাকাষতৰাখিব।

  • সোঁহাতখন পিছলৈ নি ককালৰ কাষত ৰাখি

মেৰুদণ্ড পােন কৰিব লাগে আৰু যিমান পাৰিপিছলৈ ঘূৰিচালাগে। ১৪৬