সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ হাজো পৰগণা ও মঞি মহৰিৰ মকৰৰ পঞ্চায়ত চৌধাৰী ঠাকুৰীয়া কাকতী, পটৱাৰী সাড়া বা টেকেলা সদৰামীনৰ আত্মজীৱনী পৰণা বন্দবস্ত কমিচনৰ জিনকিঞ্চ_ অতঃপৰ ১৭৫৬ শক ও বাঙ্গালা ১২৪১ সন প্রবেশ হল ও ইংৰেজী ১৮৩৪ ৩৫ সন হল ৷ ও জিনকিঞ্চ, কমিচনৰ ও বগল সাহেব কালেক্টৰ আছিল। এওঁ কালেক্টৰ সাহেব মহা বুদ্ধিমান ও কৰ্ম্মত বৰ পটু ও লায়ক আছিল ৷ আগৰ পৰগণা সকল খণ্ড খণ্ড কৰি চৌহৰ্দ্দ পূর্বক বন্দবস্ত কৰিবৰ আৰম্ভ কৰিলে আমাৰ জেষ্ট শিৱকান্ত পৰিশ্ৰম কৰি পৰগণা লবৰ ফিকিৰ কৰি থাকিল। পৰে আমাৰ অথচ মোৰ নামে নতুন হাজো পৰগণা নাম দি বন্দবস্ত কৰাই পেয়াল কৰাবৰ হুকুম কৰালে । পৰে ১৮৩৫ ইংৰেজীৰ ২৩ জুন আমাকে ঐ ২০ টাকাতে কালেক্টৰিৰ নকল-নবিচী-কৰ্ম্মত মকৰৰ কৰাই, তেহে৷ হাজো পৰগণ পেয়াল কৰিবৰ কাৰণে ৰঙনা হৈ গ'ল ৷ ৩৩ ॥ আমি নকল-নবীচ আমি সৰকাৰে নকল-নবীচী কৰ্ম্ম কৰি আছিলো। সেই সময় জজ্ঞৰাম খাৰঘৰীয়া ফোকন চেৰস্তাদাৰ আছিল । 13 দেৱবৰ বৰদলৈ সৰাসৰি চেন্তাৰ সদাৰ পঞ্চায়ত ৪০ টাকা দৰমাহাত ও বাপুৰাম বৰফোকন বৰপঞ্চায়ত আছিল ৷ ৩৪ ॥ পৰাণা বন্দবস্ত বগল কালেক্টৰ সাহেব পৰগণা সকলৰ আগতে যাৰ যি বাকী খাজানা আছিল, সেই সকলৰ জেঠা গুচাই অথচ সদৰে ৰেপট কৰি মাফ দি খেৰাজ ৰূপীত মাটী ১, পুৰাত ॥ আনা, লাখৰাজ তদৰ্দ্ধ ; লেড়াইৰ যুদ্ধ খৰছ বুলি পৰগণাৰ চৌধাৰী খেতাপে, শতকৰা ১৪০ আমা কমিচন আৰু মান মাটিদি, ৫০০ ৫০০, টাকাত এক একজন ঠাকুৰীয়া ও সাড়া বা টেকেলা, এক এক কাকতী, ও এক এক পটৱাৰী, প্ৰত্যেক পৰগণায় মকৰৰ