সমললৈ যাওক

পৃষ্ঠা:Sadaraminor Atmojibani (সদৰামীনৰ আত্মজীৱনী).pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চকুৰে, সন্তান-দুঃখ-কাতৰা মহিমাময়ী মাছ-মূৰ্ত্তি এগৰাকী, উধাতু খাই পুৰ কাষলৈ লৰি অহা দেখিবলৈ পাওঁ। তাড়না কৰা হেতু, শিৱকান্তক তিৰস্কাৰ কৰিছে আৰু স্নেহময় হাতেৰে চক্ষুৰ লোতক মচি দি সন্তানক সান্ত্বনা দি পঢ়িবলৈ কৈছে। সস্তানে পচিব পাৰিছে। এই চিত্রখনি অঞ্চল মনমুগ্ধকৰেই নহয়, শিক্ষাপ্রদো । কুমলীয়া পোনাহঁতক মৰমেৰে শিকোৱাহে উচিত । সৰ্ব্বজ্যেষ্ঠ ককায়েক গোপীকান্তই, ঘৰতে হকারক অঙ্ক শিকাইছিল । আक নকুচি গ্ৰামৰ কাৰাম শৰ্ম্মা বৰদেউৰীৰ ঘৰলৈ গৈ হৰকান্ত, বিষ্ণুৰাস্ত আৰু বংশৰ অনা পৰাই 'শব্দ আৰু সন্ধি' পচিছিল । পিছলৈ উত্তৰ গুৱাহাটীত থকাত, কনিষ্ঠ ভ্রাতৃ গৌৰী কাঙ্কক ঘৰতে পণ্ডিত ব্ৰাহ্মণৰ দ্বাৰা শব্দ আৰু সন্ধি পঢ়োৱালৈ চাই, লৰা কালত হৰকান্তয়ো, সংস্কৃত ব্যাকৰণৰ শব্দ আৰু সন্ধি পঢ়া বুলি অনুমান হয়। কৰকান্ত বৰুৱাই ইংৰাজী নেজানিছিল আৰু শিকিবলৈ সুবিধাও নেপাইছিল। মঙ্গলদৈত হাকিম হৈ থকাত তেখেতৰ দৰমহা ৪০০- টকা হোৱা চৰকাৰী চিঠিখন, ইংৰাজ মেজিষ্ট্ৰেটৰ দ্বাৰা পঢ়াইহে অৰ্থ বুজিছিল । সৰামীনৰ আত্মজীৱনীত আৰবী, কাচী, হিন্দী, ইংৰাজী, আৰু বঙলা শব্দৰ ব্যৱহাৰলৈ চাই, সেই সেই ভাষা লিখিব আৰু পঢ়িব নেজানিলেও কিছু পৰিমাণে বুজিছিল আৰু কবলৈ পাৰিছিল যেন লাগে। বঙলা ভাষা তেখেতে কব আৰু পঢ়িব পাৰিছিল। সেই সময়ত উচ্চ জাতীয় হিন্দুসকলে যত্ন কৰি সংরত শিকিছিল । হবকান্ত বৰুৱায়ে৷ ঘৰতে সংস্কৃত শিকিছিল, এই অনুমান উত্তৰ গুৱাহাটীৰ সংস্কৃত স্কুলৰ সম্পৰ্কত তেখেতৰ উৎসাহ আৰু আগ্ৰহলৈ চাই সত্য যেন লাগে । গার্হস্থ্য আৰু কৰ্ম্ম জীৱন :- উত্তৰ গুৱাহাটীলৈ অহাৰ সময়তে বৰুৱাৰ পৰিয়ালৰ 'কঠিন প্ৰবৰ্ত্তন' তেতুকে 'মাতা' দীৰ দ্যোৰ নেষ!- নেপেৰ! ইচ্ছাত সম্পত্তি আদি ভাগ হৈ, এখন ঘৰ দুখন य । সম্পত্তিৰ লগতে পৈতৃক গোলাম বাদী, সকলো ভাগ হয়। শিল্পকার, তৰকা আৰু কিশোৰ গৌৰীকান্ত লৈ সুকীয়া ধৰ এখন হোৱাত, নতুন দায়িত্ব আৰু নতুন সমতাই দেখা দিলে - শিল্পকান্ত ৰকা চকীৰ পৰা আহি টকাত কালেক্টৰিত নকল-নীচ হয় । এই সময়ত কমিচনাৰ জেন ফিঞ্চ, च কালেক্টৰ বগল চাহাবে কামৰূপত ভৰি খণ্ড খণ্ড কৰি, পৰগণ বহুৰ কৰিবলৈ ধৰিছিল । এই সুযোগতে ককায়েক শিল্পকারই হৰকাণ্ডৰ নামে হাজো পৰগণা বন্দৰত কৰি, নিজে চলোৱাৰ ভাৰ ললে আৰু হৰকান্ত