১২ আসি। ৮৭ কৈ ইস্বৰৰ পথ দেখাইচা, ইয়াক অমি জানো। কৈৰক কৰ দিব লগ। হই নে, নহই। ১৫ অমি দিম নে, নিদিম। কিন্তু তেঁও সিহঁতৰ চল বাদ কথা বুজি কলে, তোমোলাকে মোৰ পৰিখ। কিয় চাইচা? মই চাবলৈ এটা সিকি আনি দিয়া। ১৬ তেতিয়া তাক আনিলত, তেঁও সিহঁতত সুধিলে, এই মুৰ্তি আৰু নাম লিখা কাৰ? সিহঁতে কলে, কৈচৰ। ১৭ তাতে য়িচুএ উতৰ কৰিলে, তেন্তে জি কৈচৰ, তাক কৈচক দিয়া, অ িজি ইস্বৰৰ, তাক ইস্বৰক দিয়া। তেতিয়া সিহঁতে বিস্মই মানিলে। ১৮ পাচে মৰবিলাকৰ পুনৰ উঠনি নহব বুলি কই, এনে জি চিদুকি মা- নুহ, সিহঁতে তেঁওৰ ওচৰলৈ আহি সুধিলে। ১৯ হে গৰু, কোনো মানুহৰ ককাই ভাইৰ সন্তান নথকাকৈ মৰি আপোনাৰ তিৰোতাক জদি এৰি জাই, তেন্তে তাৰ ভায়েকে সেই তিৰোতাক বিয়া কৰি আপোনাৰ ককায়েকলৈ বঙ্গহ ওপজাব, মোচাই অমালৈ এনে বিধান লিখি দিলে। ২০ কোনো সাত জন ভাই ককাই অচিলে; সিবিলাকৰ বৰটোএ এজনি তিৰোতা বিয়া কৰি সন্তান নাইকিয়া হৈ মৰিল। ২১ তাতে দুতিয়টেও সেই তিৰোতাক বিয়া কৰি, সিও সন্তান নাইকিয়া হৈ মৰিল; পাচে ত্ৰিতিয় জনৰো তেনে হল। ২২ এই ৰুপে সাতে। ভায়েকে সেই তিৰোতাৰে বিয়া হৈ সন্তান নাই- কিয়াকৈ মৰিল; সকলোৰে পাচত তিৰোতাও মৰিল। তেন্তে পুনৰ উঠান কালত সিবিলাকে জেতিয়া উঠে, তেতিয়া সিবিলাকৰ টাইৰে মা- জত তাই কৰি তিৰোতা হব? কিয়নো সকলো সাত জনে তাইক বিয়া কৰি- ২৪ তাতে য়িচুএ উতৰ কৰিলে, ধৰম সাস্ত্ৰ আৰু ইস্বৰৰ সক্তি নে- জানি, তোমোলাকে ভুল নকৰা নে? ২৫ মৰবিলাক জেতিয়া উঠে, তেতিয়া সিবিলাকে বিয়া নকৰে, বিয়া দিয়াও নহই, কিন্তু স্বৰ্গৰ দুতৰ নিচিনা মৰা লোকবিলাক উঠিবৰ কথাত হলে, জোপাত থাকি ইস্বৰে মোচাত জি কৈচিলে, মই অব্ৰাহামৰ ইৰ, ইচাকৰ ইস্বৰ, যাকোব ইস্বৰ, সেই কথা তোমোলাকে মোচই লিখপৃথিত পী। নাই নে? ২৭ ইস্বৰ মৰবিলাকৰ ইস্বৰ নহই, জিয়াবিলাকৰহে ইস্বৰ; এই হেতুকে তোমোলাকে অতি ভুল কৰিচা। ২৮ তেতিয়া এজন অধ্যাপক অহি, সিবিলাকে এনে বাদ বিচাৰ কৰা সুনি, য়িচুএ সিবিলাকৰ কথাত ভাল উতৰ দিলে, ইয়াক বুজি তেঁওত সুধি- লে, সকলো আগাৰ মাজত কোনটো প্ৰধান? ২৯ তাতে য়িচুএ উতৰ কৰি- লে, সকলৰো মজিত প্ৰধান আগা এই, হে ইয়েল লোক, সুনা, আমাৰ প্ৰভু পৰম ইস্বৰ, তেঁৱেই প্ৰভু এজন; অৰুি সকলো মনেৰে, সকলে। প্ৰানেৰে, সকলো চিতেৰে, সকলো সক্তিয়েৰে তোমাৰ প্ৰভু পৰম ইম্বক প্ৰেম কৰা, এই প্ৰথম অগ্যি। ৩১ আৰু তাৰে নিচিনা দুতিয় অগ্যি। এই, তোমাৰ চুবুৰিয়াক আপোনাৰ নিচিনাকৈ প্ৰিতি কৰ'; এই দুই আগতি- লে।
পৃষ্ঠা:New Testament in Assamese.djvu/৯২
অৱয়ব