পৃষ্ঠা:New Testament in Assamese.djvu/৪২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অধ্যায়। ৪২১ ১১ কি সুখৰ অভিলাষৰ পৰা আঁতৰ হৈ থাকা। ১২ আৰু যি বিদেশী লোকে কুকৰ্ম কৰবিলাকৰ নিচিনাকৈ তোমোলকিক নিন্দা কৰে, সিহঁতে তোমোলাকৰ সজ কৰ্ম দেখি অনুগ্ৰহৰ দিনত ঈশ্বৰক যেন স্তুতি কৰিব, এই নিমিত্তে সিহঁতৰ মাজত উত্তম আচৰণ কৰা। ১৩ মানুহে থাপন কৰা যি যি বিষয়, প্ৰভুৰ নিমিত্তে তাৰ বশ হোৰা; ১৪ ৰজাক সক লোৰে ওপৰ, অৰু দেশাধিকাৰবিলাকক দুষ্টক দমন অৰুি সন্তক প্ৰশংসা কৰিবৰ নিমিত্তে তেওঁৰ পঁাচনি বুলি মানিব। ১৫ কিয়নো তোমোলাকে সজ কৰ্ম কৰি নিবুন্ধি মানুহৰ অজ্ঞানকে যেন নিবাৰণ কৰা, ১৬ আৰু মুকুত হৈয়ো আপোনাৰ মুক্তিকে দুষ্ট কৰ্মব ঢাকনি নকৰি ঈশ্বৰব সেৱক যেন হোৱা, ঈশ্বৰৰ এই ইচ্ছা। ১৭ সকলোকে সমাদৰ কৰা; ভাইবিলাকক প্ৰীতি কৰা; ঈশ্বৰলৈ ভয় কৰা, অৰু ৰজাক মান্য কৰা। হে বন্দী লোক, তোমোলাকে সকলো ভাৱে ভয়েৰে আপোনাৰ অধিকাৰৰ বশ হোৱা; কেবল উত্তম আৰু দয়ালু অধিকাৰৰ নহয়, কঠিন হোৱাবিলাকৰো বশ হোৰা। ১৯ কিয়নো কোনোএ ঈশ্বৰক মান্য কৰা হেতুকে অন্যায় দুঃখ ভোগ যদি সহন কৰে, তাৰ সেই কৰ্ম গাহ দোষ কৰাৰ নিমিত্তে তোমোলাকে শাস্তি পাই ধৌৰ্যেৰে যদি সহি থাকি, তেন্তে তাত কি প্ৰশংসা আছে। কিন্তু সজ কৰ্ম কৰাতে দুঃখ ভোগ হলে তাক যদি সহন কৰা, সেয়ে ঈশ্বৰৰ অগিত গ্ৰাহ্য। তাৰ নিমিত্তেও তোমোলাক নিমন্ত্ৰণ হৈছ; কিয়নো তোমোলাকে যেন খ্ৰীষ্টৰ খেজিৰ চিনত যোৱা, এই নিমিত্তে তেওঁ আপনি আমাৰ অৰ্থে দুঃখ ভোগ পাই তোমোলাকক এক আৰ্হি দেখালে। ২২ তেৱে কোনো পাপ কৰা নাই, তেওঁৰ মুখে কোনো ছল কথা কোৱা নগল; ২৩ নিন্দিত হোৱাত প্ৰতি নিন্দ। নকৰিলে, দুঃখ পোৱাতো ডাবি নিদিলে; কিন্তু পাৰ্থিক সোধি কত্তৰি হাতত অপোনাক সোধাই দিলে। ২৪ আৰু আমি যেন পা- পৰ সমন্ধে মৰা হৈ ধৰ্মৰ সমন্ধে জীয়াই থাকে, এই নিমিত্তে তেওঁ কাঠৰ ওপৰে আপোনাৰ শৰীলত অমাৰ পাপৰ ভৰি বলে; তেওঁৰ কোবৰ দ্বাৰাই তোমোলাক স্বস্থ কৰা হৈছা। ২৫ কিয়নো তোমোলকি অপথে যোৱা মেৰৰ নিচিনা আছিল, কিন্তু এতিয়া তোমোলাকৰ অত্মািৰ পালক আৰু ৰক্ষকৰ ওচৰলৈ পালটি আহিলা। হয়। ২০ ২১ আৰু ৩ অধ্যায়। হে তিৰ তাবিলকি, তোমোলাকৰ কোনো স্বামী যদি ঈশ্বৰৰ বাক্য নেমনে, তেন্তে তোমোলাকৰ ভয়ৰ শুচি অচৰণ দেখি বাক্য বিনে ভাৰ অচ- ৰৰ দ্বাৰাই ধৰ্মলৈ যেন মতি কৰা হয়, ২ এই নিমিত্তে তোমোলাকে