পৃষ্ঠা:New Testament in Assamese.djvu/৪২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১৬ য়াকোবৰ পত্ৰ। অটাই কুকৰ্ম আছে। ১৭ কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথ- মে নিৰ্মল, পাছে সান্তনাযুক্ত, কোমল, খেমাৱন্ত, মম অৰুি উত্তম কৰ্মেৰে পৰিপূৰ্ণ, আৰু মুখ নৰখ', কপট নাইকিয়া হৈ আছে। ১৮ আৰু সান্তনা কৰোতা লোকৰ দ্বাৰাই সান্তনাৰে ধৰ্মৰ ফল ৰোৱা হৈছে। ও অধ্যায়। ৪ তোমোলাকৰ মাজত ৰণ আৰু যুদ্ধ কৰ পৰা হয়। তোমোলাকৰ অঙ্গ বিৰোদ্ধ কৰা অভিলাষৰ পৰা নহয় নে? ২ তোমোলাকে বঞ্চ কৰি থাকা, কিন্তু একো নোপোৱা; লুভী হৈ বধ কৰা, তথাপি একো পাব নোৱাৰা; যুদ্ধ আৰু ৰণ কৰিও নোপোৱা; কিয়নো তোমোলাকে প্ৰাৰ্থনা নকৰা। ৩ অৰু প্ৰাৰ্থনা কৰিলেও নোপোৱা, কিয়নো আপোনাৰ অভিলাষৰ খৰ- ছৰ নিমিত্তেহে অনুচিত মতে প্ৰাৰ্থনা কৰা। হে ব্যভিচাৰী আৰু ব্যভি- চাৰিণী সকল, এই জগতৰ মিতিৰ হোৱাই ঈশ্বৰ শত্ৰু হয়, ইয়াক তোমো- লাকে নেজানা নে? যি জনাই জগতৰ মিতিৰ হবলৈ ইচ্ছা কৰে, সি ঈশ্ব- ৰৰ শত্ৰু। ৫ শাস্ত্ৰে অনৰ্থক বচন কয় বুলি তোমোলাকে ভাবিছা নে: আমাৰ হৃদয়ত নিবাস কৰা আত্মাই অসূয়ালৈ উদগাইছে নে? অধিক অনুগ্ৰহ দান কৰিছে; এই কাৰণে কোৱা গৈছে, ঈশ্বৰে অহঙ্কাৰী লোকক বিৰোন্ধি কৰে, কিন্তু নবিলাকক অনুগ্ৰহ দান কৰে। তুকে ঈশ্বৰ বশবৰ্তী হোৱা। ছয়তানক বিৰেন্ধ কৰা, তেহে সি তোমোলা- কৰ পৰা পলাই যাব। ৮ ঈশ্বৰৰ ওচৰলৈ ছাপি আহা, তাতে তেৱো তো- মোলাকৰ ওচৰলৈ ছাপিব। হে পাপী লোক, তোমোলাকৰ হাত শুচি কৰা, হে দুই মন হোৱা লোক, তোমোলাকৰ চিত্ত শুদ্ধ কৰা। ব্যাকুল হৈ শোক আৰু ক্ৰন্দন কৰা; তোমোলাকৰ হাহিৰ ঠাইত শোক, অৰু অনিন্দৰ ঠাইত অসন্তোষ হওক। ১০ প্ৰভুৰ অগিত তোমোলাকে আপো- নকি নম কৰা, তাতে তেওঁ তোমোলকিক তুলিব। ১: হে ভাই সকল, তোমোলাকে ইজনে সিজনক দোষ দি নকবা; কিয়- নে। যি জনে ভায়েকক দোষ দি কয়; আৰু ভায়েকৰ সোধ কৰে, সি বি- ধানকে দোষ দি এ আৰু বিধানৰ সোধ কৰে; যদি বিধানৰ সোধ কৰা, তেন্তে বিধান পালোতা নহৈ বিধানৰ সোধ কৰোঁতা হৈছা। ১২ ৰক্ষা কৰিব পৰা আৰু বিনাশো কৰিব পৰা, এনে এজনা বিধান কত্ত। সোধাৰু আছে; তুমি যে লোকৰ সোধ কৰা, তুমি তো কোন? ১৩ অজি বা কাইলৈ অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহ। বেপাৰ কৰি লাভ আজিম, এই ৰূপে কথা কোৱা যি তোমোলাক, তোমো- লাক এতিয়া অহি॥ ৯ ৪ কাইলৈ কি ঘটিব, তাক তোমোলাকে নেজানা।