৩ অধ্যায়। 85C হয়, ইয়াক তোমোলাকে দেখিছা। ২৫ আৰু ৰাহাব বেশ্যাই চৰাঙ্গ চোৱা- বিলাকক আলহি সুধি পাছে অন বাটে দি পঠোৱাত, তাই সেই কৰ্মৰ স্বাৰাই পুণ্যৱন্ত গণিত নহল নে? ২৬ আত্মা বিহীন হলে শৰীল যেনেকৈ মৰা, তেনেকৈ কৰ্ম বিহীন হলে বিশ্বাসো মৰা হয়। ৩ অধ্যায়। ৩ 9 . হে ভাইবিলাক, বহু শিক্ষক হলে অধিক দণ্ড পাব, ইয়াক জানি তোমা- লাক ভালেমান শিক্ষক নহব। ২ অনেক কাৰ্যত আমাৰ সকলোৰে দোষ আছে! বাক্যত কোনো মানুহৰ যদি দোষ নাই, সেই মানুহ সিন্ধি হৈ সক- লো অঙ্গ প্ৰত্যঙ্গকে দমন কৰিৰ পাৰে। ৩ দেখ, আমি বশ কৰিবৰ নি- মিত্তে ঘোঁৰাৰ মুখত দনা দি সিহঁতৰ গোটেইটো গা ঘূৰাই নিওঁ। ৪ আৰু জাহাজবোৰলৈ চোৱা, সি অতি ডাঙ্গৰ, অৰু ধুমুহা বতাহেৰেহে চলাই নিয়া হয়, তথাপি গৰিয়ালে নিচেই সৰু হলিৰে আপোন ইচ্ছা মতে ঘাই। ৫ সেই ৰূপেও জিব। অতি সৰু হয়; কিন্তু বৰ ভৰি কথা কয়। চোৱা, অলপ জুয়ে কিমান হাবি পপাৰে! ৬ জিব। এনে এক জুই; সি পপি জগতৰ সমান, হয়; অমাৰ অঙ্গৰ মাজত থাকি সেই জিবাই সকলে। শৰীল ভষ্ট কৰি সৃষ্টিৰ ৰীতিকে জুই লগাই, অৰুি আপুনিও নৰকৰ। অগ্নিৰে জ্বলোৱা হৈ আছে। ৭ পহু, চৰাই, সাপ, জলৰ জন্তু অদি কৰি সেই সকলে। জাতিৰ স্বভাৱকে মানুহৰ ভাৱেৰে বশ কৰা হব পাৰে, আৰু কেতিয়াবা বশ কৰা হৈছিল; ৮ কিন্তু মৃত্যু কৰা বিষে- ৰে পূৰ হোৱা যি দুষ্ট অদমন জিবা, তাক কোনেও বশ কৰিব পৰা ৯ তাৰেই আমি পিতৃ ঈশ্বৰক সুতি কৰোঁ, আৰু তাৰেই ঈশ্বৰৰ প্ৰতিমূৰ্তি ৰে সুজা মানুহক শাও দিওঁ; আশীৰ্ব্বাদ আৰু শাও এই দুয়ে। একে মুখৰ পৰাই ওলাই। হে মোৰ ভাইবিলাক, এনে হোৱা উচিত নহয়। ১১ ভূমুকৰ পৰা একেটা বিন্ধাইদি সোৱাদ আৰু তিত। দুবিধ পানী ওলাই নে? ১২ হে মোৰ ভাইবিলাক, ডিম গছে জল ফাই গটি ধৰিব পাৰে নে। নাইবা পনিয়ালৰ লতাই ডিমৰু গটি ধৰিব পাৰে নে? সেই ৰূপেও লোণ পানী [ আৰু] সোৱাদ পানী [একে ভূমুৰ পৰ1] হব নোৱাৰে। ১৩ তোমোলাকৰ মজিৰ জ্ঞানী আৰু সুবুদ্ধি মানুহ কোন : সি সদ অ- চৰণ কৰি জ্ঞনিযুক্ত নম ভাৱে আপোনাৰ কৰ্ম প্ৰকাশ কৰে কি। ১৪ কিন্তু তোমোলাকৰ মনত যদি তিত, অসূয়া অৰুি খিয়াল থাকে, তেন্তে অপো- নাৰ অৱস্থাত প্ৰশংসা নকৰিবা, আৰু সত্যৰ বিৰোন্ধে মিছা নকব॥ জ্ঞান ওপৰৰ পৰা অহা নহয়, কিন্তু সংসাৰিক, কুঅভিলাষ, অৰু ভূতৰ নি- ১৬ কিয়নো যি ঠাইতে অসূয়া অৰুি বিবাদ থাকে, তাতে দন্দ অৰু নাই। এনে চিনা।
পৃষ্ঠা:New Testament in Assamese.djvu/৪২০
অৱয়ব