পৃষ্ঠা:New Testament in Assamese.djvu/৪১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অধ্যায়। 809 তাক দূৰৈত দেখি গ্ৰহণ কৰিলে, অৰু আপোনাকে সংসাৰত বিদেশী অৰু যাত্ৰিক হোৱা সৈ কহিলে। ১৪ যিবিলাকে এনে কথা কয়, সিবিলাকে যে আপোনালৈ এখনি দেশ বিচাৰিছে, ইয়াক প্ৰকাশ ৰূপে কৈছে। ১৫ আৰু সিবিলাকে যি দেশ এৰি আহিছে, তালৈ মন কৰা হলে, উভতি যাবৰ উপাই পালেহেঁতেন। ১৬ কিন্তু সিবিলাকে ইয়াতকৈ উত্তম অৰ্থাৎ স্বৰ্গী এক দেশলৈ ইচ্ছা কৰে, এই হেতুকে ঈশ্বৰে সিবিলাকৰ ঈশ্বৰ বুলি খ্যাত হবলৈ লজি নেপাই; কিয়নো সিবিলাকৰ নিমিত্তে তেওঁ এখনি নগৰ যুগুত কৰিলে। অব্ৰিাহামে পৰীক্ষা পোৱা কালত বিশ্বাসৰ দ্বাৰাই ইচ- কক উচগ কৰিলে। ১৮ ইচকিৰ পৰা তোমাৰ বঙ্গহ খ্যাতি হব, তেওঁ এনে প্ৰতিজ্ঞা পালতো, যি জনৰ অৰ্থে এই কথা কোৱা গৈছিল, সেই একেটি পুত্ৰকে উচগ কৰিলে। কিয়নো ঈশ্বৰে তাক মৰণৰ পৰাও তুলিবৰ সমৰ্থ, ইয়াকে তেওঁ মনত থিৰ কৰিলে; আৰু উপমাৰ দৰেই তাক মৰণৰ পৰাও গ্ৰহণ কৰিলে। ২০ বিশ্বাসৰ দ্বাৰাই ইচাকে যাকোব আৰু এচৌক ভবিষ্যত কালৰ কথাত অশীৰ্বাদ কৰিলে। আৰু য়াকোবে অপো- নাৰ মৰণ কালত বিশ্বাসৰ দ্বাৰাই য়োচেফৰ দুই পুতেকক অশীৰ্ব্বাদ কবি- লে; আৰু লাখুটিৰ মুৰত (ভৰ দি) অৰিাধনাও কৰিলে। ২২ বিশ্বাসৰ দ্বাৰাই য়োচেফে মণ কালত মিচৰ দেশৰ পৰা ইস্ৰায়েল বঙ্গহৰ যাত্ৰাৰ কথা কৈ, আপোনাৰ অস্থিৰ অৰ্থে অজ্ঞা দিলে। ২৩ মোচা ওপজা কা- লত দেখিবলৈ সুন্দৰ হোৱাত তাৰ মাক বাপেকে ৰজাৰ অজ্ঞালৈ ভয়, নকৰি, বিশ্বাসৰ দ্বাৰাই তিনি মাহ লুকাই ৰাখিলে। ২৪ পাছে মোহাই বয়সীয়া হৈ বিশ্বাসৰ দ্বাৰাই ফাৰেী ৰজাৰ দুহিত্ৰীৰ পুত্ৰ নামেৰে খ্যাতি হবলৈ অসন্মত কৰিলে। ২৫ কিয়নো তেওঁ কিছু কাল পপিৰ সুখ ভোগ ক্ৰাতকৈ ঈশ্বৰৰ লোকে সৈতে দুঃখ ভোগকে মনোনীত কৰিলে; ২৬ অৰু কৰ্মৰ ফল চাই, মিচৰ দেশৰ সকলো সম্পত্তিকৈ খ্ৰীষ্টৰ নিমিত্তে নিন্দ। পোৰাকে অধিক লাভ যেন মানিলে। ২৭ পাছে অদৃশ্য জনাক দেখি থকাৰ দৰে সহন কৰি ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, বিশ্বাসৰ দ্বাৰাই মিচৰ দেশ এৰি আহিল। ২৮ আৰু প্ৰথমে ওপজীবিলাকক নাশ কৰা জনাই আপোনাৰ লোকবিলাকক যেন নপৰ্শে, এই নিমিত্তে তেওঁ বিশ্বাসৰ দ্বাৰাই নিস্তাৰ পৰ্ব আৰু তেজ চটিওৱা বিধি পালন কৰিলে। ২৯ বিশ্বাসৰ দ্বাৰাই সিবিলাকে শুকনি মাটীত যোৱা দি চূফ সাগৰৰ মাজেদি গল; কিন্তু মিচ- ৰীয়া লোকে তাক কৰিবলৈ ধৰাত ডুবি মৰিল। বিশ্বাসৰ দ্বাৰাই সাত দিন য়িৰিহে নগৰৰ গৰ প্ৰদক্ষিণ কৰি যোৱাত সেই গড়বিলাক পৰিল। ৩১ বিশ্বাসৰ দ্বাৰাই ৰাহাব বেশ্যাই চৰঙ্গ চোৰীবিলাকক কুশলে অলিহি ৰাখি অবিশ্বাসীবিলাকৰ লগত নষ্ট নহল। ৩২ আৰু অধিক কি কম? গিদিওন, বাৰক, চিমছেনি, য়িফতাহ, দাৰিদ,