পৃষ্ঠা:New Testament in Assamese.djvu/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ ০৬ ইব্রীলৈ পত্র । দ্বাৰাই জীব; কিন্তু ধর্মৰ পৰা যদি ওলটে, তেন্তে সেই জনত মোৰ অত্মিাই সন্তোষ নহব । ৩৯ কিন্তু যিবিলাক বিনাশলৈ ওলটে, অমি সি- বিলাকৰ মাজৰ নহওঁ, অত্মিৰি পৰিত্ৰাণৰ নিমিত্তে বিশ্বাস কৰবিলাকৰ মজিহে হৈছে । ১১ অধ্যায় । ২ জন । আশা কৰা কথা নিশ্চয় কৰোতা, অ িনেদেখা কথাৰ প্ৰমাণ বিশ্বাস; তাৰ দ্বাৰাই পূৰ্বৰ বৃদ্ধ লোকে সুখ্যাতি পালে । ৩ অাৰু ঈশ্বৰৰ বাক্যেৰে জগত সৃষ্টি হল, কিন্তু কোনো দৃশ্য বস্তুৰ পৰা দেখা বস্তুবিলাক সুজা নহল, ইয়াক বিশ্বাসৰ দ্বাৰাই আমি জানিছে। ৪ হেবেলে বিশ্বা- সৰ দ্বাৰাই কয়নকৈ ঈশ্বৰৰ অগিত উত্তম দান উচৰগ কৰিলে, সেই দানলৈ ঈশ্বৰে প্ৰমাণ দিয়াত, অপুনি যে পৰমার্থিক, এই প্রমাণ পালে ; অৰু মৃত্যু হৈয়ো সেই বিশ্বাসৰ দ্বাৰাই আজিলৈকে কথা কৈ অাছে । ৫ বিশ্বাসৰ দ্বাৰাই হনোকে মৃত্যু ভোগ নকৰি এই থানান্তৰ হল; আৰু ঈশ্বৰে তেওঁক থানান্তৰ কৰিলত লোকে বিচাৰি নেপালে ; অৰু থানান্তৰ কৰাৰ আগেয়ে তেওঁ যে ঈশ্বৰক সন্তোষ কৰিলে, ইয়াৰ প্রমাণ পাইছিল । ৬ কিন্তু বিশ্বাস নোহোৱাকৈ ঈশ্বৰ্ক সন্তোষ কৰা অসাধ্য , ঈশ্বৰ যে ব - মান অাছে, অৰু তেওঁক যতন ৰূপে বিচৰা লোকক তেওঁ কৰ্মৰ ফল দিওঁতা হয়, তেওঁত শৰণ লোৱা মানুহে এই কথাত বিশ্বাস কৰাৰ প্ৰয়ো- ৭ বিশ্বাসৰ দ্বাৰাই নোহাই নেদেখা। ভবিষ্যত কথাৰ অর্থে ঈশ্ব- ৰৰ পৰা আদেশ পাই ভয় কৰা হৈ, অাপােনাৰ পৰিয়ালক ৰক্ষা কৰি- বৰ নিমিত্তে এখান জাহাজ সাজিলে; তাতে তেৱে জগতক দুষী কৰি, বিশ্বা- সৰ দ্বাৰাই যি পুণ্য, সেই পুণ্যৰ ভাগী হল । ৮ অাৰু আব্রাহামে যি ঠাইৰ অধিকাৰ পাছে হব লগা, তালৈ যাত্ৰা কৰিবলৈ অজ্ঞা পলিত বিশ্বাসৰ দ্বাৰাই সেই আজ্ঞা পালন কৰিলে; আৰু কোন পোনে যাই, তাক নেজা- নিও যাত্রা কৰিলে । ৯ আৰু বিশ্বাসৰ দ্বাৰাই প্রতিজ্ঞাৰ অধিকাৰ যি ইচাক আৰু য়াকোব, সিবিলাকে সৈতে তাম্বুতে থাকি বিদেশৰ নিচিনা প্রতিজ্ঞাৰ দেশত প্রবাস কৰিলে । কিয়নাে যি নগৰৰ সৃষ্টি আৰু নির্মাণ কৰোতা ঈশ্বৰ, এনে মূল হোৱা নগৰলৈ তেওঁ অপেক্ষা কৰিলে । চাৰীয়ে প্রতিজ্ঞা কৰা জনা বিশ্বাসী বুলি মানি, বয়সত বৃদ্ধ হোৱাতাে বিশ্বা- সৰ দ্বাৰাই গভ ধাৰণ কৰি শক্তি পালে। ১২ এই হেতুকে মৰাৰ তুল্য এজনৰ পৰাই আকাশৰ তৰাবোৰৰ নিচিনা, আৰু সাগৰৰ তীৰত থকা বা- লিৰ নিচিনা অসংখ্য মানুহ উৎপন্ন হল। ১৩ সেই ওপৰে কোৱা সক ল্যে এ বিশ্বাসেৰে প্ৰাণ ছাৰি মৰিল ; সিবিলাকে প্রতিজ্ঞা পোৱা নহয়, কিন্তু ১ ০ ১১ অকি .