পৃষ্ঠা:New Testament in Assamese.djvu/৩৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইব্ৰীলৈ পত্ৰ। ৩৯৩ ২ ০ প্ৰিয়, আৰু তোমালৈ শৰীলৰ কথাত অৰুি প্ৰভুৰ কথাতো তাতকৈয়ে। অধিক প্ৰিয় ভাইৰ নিচিনা তুমি যেন সকাললৈকে গ্ৰহণ কৰা, ১৬ এই নিমিত্তেহে কিজানি সি অলপ কাললৈ তোমাৰ পৰা আঁতৰ হৈ গল। ১৭ তুমি যদি মেকি সখা যেন মানা, তেন্তে তাক মোৰ নিচিনাকৈ গ্ৰহণ কৰিবা। ১৮ সি যদি তোমাক কিবা অন্যাই কৰিলে, বা ধৰুৱা হৈছে, তাক মোৰ লেখত গণনা কৰা। ১৯ তাক ময় সুজিম, ময় পৌল আপোন হাতে লিখিলোঁ; কিন্তু তাত বাঝে তুমি মোলৈ আপোন প্ৰণিলৈকে ধৰুৱা হৈ আছি, ইয়াকে ময় নকওঁ। হে ভাই, তোমাৰ দ্বাৰাই প্ৰভুত মোৰ আনন্দ হওক; খ্ৰীষ্টত মোৰ প্ৰাণ জুৱা কৰা। অজ্ঞ। মানিবৰ কথাত ময় বিশ্বাস কৰি এই পত্ৰ লিখিলে, অৰু ময় যিহকে কৈছো, তুমি তাতকৈয়ো অধিক কৰিবা, ইয়াক জানিছে। ২২ তোমোলাকৰ প্ৰাৰ্থনাৰ দ্বাৰাই মোক তোমোলাকলৈ দান কৰা হব, মোৰ এনে বিশ্বাস আছে, এই হেতুকে মোলৈ এক থকা ঠাই যুগত কৰ॥ ২৩ যীশু খীষ্টৰ অৰ্থে মোৰ লগৰ বন্দীয়াৰ হোৱা এপাফ, ২৪ আৰু মাৰ্ক, আৰিষ্টাখ, দিমা, লুক, মোৰ এই সহায়বিলাকে তো- মকি নমস্কাৰ কৰে। ২৫ অমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ তোমো- লাকৰ আত্মাৰ লগত থাকোক। [ আমেন।] ২১ তুমি ইব্ৰীবিলাকলৈ লিখা পত্ৰ। ১ অধ্যায়। পূৰ্ব কালে যি ঈশ্বৰে ভবিষ্যত বক্তা সকলৰ দ্বাৰাই পিতৃবিলকিত অনেক সময়ে আৰু নানা ৰূপে কৈছিল, তেৱেই এই শেষ কালতো অ- পোনাৰ পুত্ৰৰ দ্বাৰাই আমাত কৈছে। ২ তেৱে সেই পুত্ৰকে সকলোৰে অধিকাৰ কৰি তেওঁৰ হতুৱাই জগত সকল সষ্টি কৰিলে। ৩ সেই পুত্ৰ ঈশ্বৰৰ মহিমাৰ প্ৰতাপ আৰু সাৰৰ মুত্তি হৈ, আপোনাৰ শক্তিমন্ত বাক্যেৰে সকলোকে পালন কৰি আছে; এই হেতুকে অেিপানাৰ প্ৰণিৰ দ্বাৰাই অমীৰ পাপ মোচন কৰিলত, তেওঁ ওপৰৰ মহা মহিমৰ সে। ফালে বহিল। ৪ আৰু দূতবিলাকতকৈ যিমান উত্তম নমি পুত্ৰাধিকাৰ বাবেৰে সৈতে পালে, সিবিলাকতকৈ তিমান উত্তম হৈ আছে। ৫ কিয়নো তুমি মোৰ পুত্ৰ, অজি ময় তোমাক জন্মালে; আৰু ময় তেওঁৰ পিতৃ হম, তেওঁ মোৰ পুত্ৰ হব, এই বুলি ঈশ্বৰে কোনো কালে দূত সকলৰ মাজৰ কোন জন