পৃষ্ঠা:New Testament in Assamese.djvu/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিন্থীবিলাকলৈ পৌলে লিখা প্ৰথম পত্ৰ। ১ অধ্যায়। যীশু 2 খ্ৰীষ্টৰ দ্বাৰাই শুচি হোৱা অৰুি অমিন্ত্ৰণ কৰা কৰিন্থ নগ- ৰত থকা ঈশ্বৰৰ মণ্ডলীৰ পবিত্ৰ লোক, অৰুি অন অনি ঠাইতো যি সকলোএ সিবিলাকবে। অমাৰো প্ৰভু যীশু খ্ৰীষ্টৰ নামত পাৰ্থনা কবে, ২ সিবিলাকলৈ ঈশ্বৰৰ ইচ্ছাৰে যীশু খ্ৰীষ্টৰ আমন্ত্ৰিত পাচনি পৌল অৰু চোস্থেনি নামেৰে এক ভায়েক, এই দুজনে পত্ৰ লি- খিছে। ৩ অমাৰ পিতৃ ঈশ্বব অ িপভু যীশু খ টৰ পৰা তোমো লকলে অনুগহ অৰুি কুশল হওক। তোমোলাকৰ মাঝত খীষ্টৰ পমাণ যেনেকৈ থিৰ কৰা হৈছিল, তেনেকৈ তেওঁৰ দ্বাৰাই তোমোলাকে। সকলো বাক্য আৰু জ্ঞান আমি কৰি আটাই গুণেৰে পৰিপূণ হৈছা, ৫ ঈশ্বৰৰ এই যি অনুগ্ৰহ যীশু খীষ্টৰ দ্বাৰাই তোমোলাকক দিয়া হৈছে, ৬ তাৰ নিমিত্তে তোমোলাকৰ অৰ্থে মোৰ ঈশ্বৰক সদাই শুতি কৰি আছে॥ ৭ এই হেতুকে তোমে। লাকে কোনো ধৰ্ম দানৰ হীন নহৈ, অমাৰ পত, যীশু খ্ৰীষ্টৰ পুনৰ অহালৈ বাট চাই আছা। ৮ আৰু আমাৰ ভ ৰীশু খীৰ দিনত তোমোলাক নিদূষী হবলৈ তেওঁ শেষলৈকে তোমোলাকিক থিৰ কৰি যা- খিব। ১ কিয়নো যি ঈশ্বৰে আপোন পুত্ৰ আমাৰ পহু যীশু খ্ৰীষ্টৰ ভাট হবলৈ তোমোলকিক আমন্ত্ৰণ কৰিলে, তেওঁ বিশ্বাসী। ১০ হে ভাইবিলাক, তোমোলাকৰ ইটে সিটে যেন একে কথা কোৱা আৰু তোমোলাকৰ মাঝত একো ভিন ভাও নোহোৱাকৈ একে মন একে অলচেৰে যেন নিশ্চয়কৈ থাকা, এই নিমিত্তে আমাৰ প্ৰভু যীশু খ্ৰীষ্ট। নামেৰে তোমোলাকক মিনতি কৰিছে। ১১ কিয়নো হে মোৰ ভাই- বিলাক, তোমোলাকৰ মাঝত দল বাদ যে আছে, এই কথা খলৈৰ পৰীয়াল। মুখৰ পৰা শুনিলে॥ ১২ মই ইয়াকে কওঁ, তোমোলাকৰ কোনো বোলে, মই পৌলৰ শিষ্য আন কোনোএ বোলে, মই আপলো, কোনো কো- মোএ বোলে মই কৈফাৰ, আন কোনো বোলে, মই খীষ্টৰ।