পৃষ্ঠা:New Testament in Assamese.djvu/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ অধ্যায়। মানুহৰ মাঝত ব্যাপী গল; এই হেতুকে মই তোমোলাকৰ কথাত অনিল কৰে; তথাপি তোমোলাকে সুকৰ্ম জনা হৈ কুকৰ্ম নজন। যেন হোৱা, মোবি বঞ্চি। এই। ২১ কুশল দিওঁত। ঈশ্বৰে পলম নোহোৱাকৈ হোমো লোকৰ ভৰিৰ তলত ছয়তনিক মৰ্দন কৰিব। আমাৰ প্ৰভু যীশু খ্ৰীষ্টিৰ তো- মোলাকলৈ তনুগ্ৰহ হওক। ২১ মোৰ লগৰ সহায় তিমথি, আৰু লুকি, যাচেনি আৰু মোৰ জাতি চাচিপাতৰ, এইবিলাকে তোমোলকিলৈ নমস্কাৰ জনাইছে। ২২ অৰু এই পত্ৰ লিখ। তত্তিৰ নামেৰে ময়ো ভুব নামত তোমোলাকক নমস্কাৰ কৰি- মোকো ম ওলীৰ সকলকে। অলিহি পোহ। গায়ে তোমোলাক নমস্কাৰ কৰিছে। আৰু এই নগৰৰ গৰাকী এৰাস্ত, আৰু কুয়াত্ত নামেৰে এজন ভাই, সিবিলাকেও তোমোলকিক নমস্কাৰ কৰিছে। ২৪ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ তোমোলাক সকললৈ অনুগ্ৰহ হওক। [অমেন।] আদি কালৰে পৰা যি কথা গুপুত আছিল, কিন্তু অনাদি ঈশ্বৰৰ অডিটাৰ দৰে ভবিষ্যত বক্তবিলাকৰ শাস্ত্ৰৰ দ্বাৰাই এতিয়া প্ৰকাশ হৈ গ্ৰীষ্টত বিশ্বাস মনবিৰ নিমিত্তে সকলে। দেশৰ মানুহলৈ প্ৰখ্যাত হৈছে, ২১ সেই প্ৰকাশ কৰ। গত কথাৰ দ্বাৰাই, অৰ্থাৎ মোৰ শুভ বত্তি। অ যীশু খ্ৰীষ্টৰ কীৰ্তনৰ দ্বাৰাই যি জনে তোমোলাকক থিৰ কৰিবলৈ সমৰ্থ, এনে যি অক সৰ্ব্বজ্ঞানী ঈশ্বৰ, যীশু খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰ মহিমা সদাই প্ৰকাশ হওক। আমেন। ২৫ ২ ৭