পৃষ্ঠা:New Testament in Assamese.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৪ য়োহান । তেওঁৰ দ্বাৰাই ঈশ্বৰ মহিমা প্রকাশ পাই, তেন্তে ঈশ্বৰে অাপোনাৰ দ্বাৰাই তেওঁৰ মহিমা প্ৰকাশ কৰিব, পলম নকৰিও কৰিব । ৩৩ হে লৰাটিত, তোমোলাকৰ লগত মই অাৰু অলপ কালহে থাকিম । ইয়াৰ পাছে মোক বিচাৰিবা, কিন্তু মই যি ঠাইলৈ যাম, তোমোলাকে তালৈ যাব নোৱাৰিবা, এই কথা য়িহুদিবিলাকত যেনেকৈ কৈছিলোঁ, তেনেকৈ এতিয়া তোমোলাক- তো কৈছে।। ৩৪ মই তোমোলকিক নতুন অজ্ঞা দিও', তোমোলাকে ইটে সিটে প্রীতি কৰা; মই তোমোলাকক যেনেকৈ প্ৰীতি কৰিলে, তোমো- লাকেও ইটে সিটে তেনেকৈ প্রীতি কৰা । ৩৫ যদি ইটে সিটে প্রীতি কৰা, তেন্তে ইয়াৰেই তোমোলাক যে মোৰ শিষ্য, তকি সকলোও জানিব । ৩৬ তেতিয়া চিমোন পিতৰে সুধিলে, হে প্রভু, আপুনি কলৈ যাব ? তাতে যীশএ উত্তৰ কৰিলে, মই যি ঠাইলৈ যাম, এতিয়া সেই ঠাইলৈ মোৰ পাচত অহিব নোৱাৰা, কিন্তু পাছে অহিব। ৩৭ তেতিয়া পিতৰে কলে, হে প্রভু, এতিয়া নো কি কাৰণে তোমাৰ পাচত যাব নোৱাৰো? তোমাৰ নিমিতে প্রাণকে। দিম । তাতে যীশু এ উত্তৰ কৰিলে, মোৰ নিমিত্তে তুমি অপো- নাৰ প্ৰণি দিবা নে? মই তোমাতি অতি স্বৰূপকৈ কৈছো, তুমি মোক তিনি রাৰ অাসে নকৰা মানে, কুকুৰাই ডাক নিদিব । ৩৮ ১৪ তাধ্যায়। কৰা । ২, o তোমোলাকে মনত দুঃখ নকৰিবা; ঈধৰত বিশ্বাস কৰা, অাৰু মোতো বিশ্বাস মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; নোহোৱা হলে তো- মোলকিত কলেহেঁতেন । মই তোমোলাকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ । আৰু মই গৈ তোমোলাকলৈ যদি ঠাই যুগুত কৰে, তেন্তে অকও আহি মোৰ ওচৰলৈ তোমােলাকক লৈ যাম; তাতে মই যি ঠাইত থাকে, তো- মোলাকো সেই ঠাইতে থাকিবাগৈ । ৪ মই যি ঠাইলৈ যাম, তোমেলিকে তাক জানা, তাৰ বাটো জানা । ৫ তেতিয়া থামাই কলে, হে প্রভু, তুমি কলৈ যাব, তাক অমি নেজানো, তেন্তে বাট কেনেকৈ জানিব পাৰিম? যীশুএ কলে, ময়েই বাট, সত্যে, জীৱনে1; ময়েদি নগলে পিতৃৰ ওচ- ৰলৈ কোনো নেয়ায় । ৭ তোমোলাকে মোক জনা হলে, তেন্তে মোৰ পিতৃ- একো জানিলাহেঁতেন; আৰু এতিয়াৰ পৰা তেওঁক জানিছাও দেখিছাও । ৮ তেতিয়া ফিলিপে কলে, হে প্রভু, পিতৃকে অামাক দেখুওয়া, তেহে আমাৰ ইচ্ছা সম্পূর্ণ হব । যীশু উত্তৰ কৰিলে, হে ফিলিপ, তোমোল- কৰ লগত এতে দিন থকাতো তুমি মােক নিচিনিলা নে? যি জনে মোক দেখে, সি মোৰ পিতৃকেই দেখে; তেন্তে পিতৃক দেখুওয়া, এই কথা কে- নেকৈ বুলিছা? ১° মই পিতৃতে আছে, অৰুি পিতৃও মোত আছে, ইয়াক ১