পৃষ্ঠা:New Testament in Assamese.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ অসায় । ১৫ মই বহি সিবিলাকত কলে, মই তোমোলাকক কি কৰিলো, তা জানা নে ? ১৩ তোমোলাকে মেকি গুৰু আৰু প্ৰভু বোলা; তাকে ভাল বুলিছা, কিয়- নো মই তেনেই হওঁ । ১৪ যদি মই প্রভু আৰু গুৰু হৈয়ো তোমোলাকৰ ভৰি ধুয়ালে, তেন্তে তোমোলাকেও ইটে সিটে ভৰি ধূয়াবলৈ উচিত । তােমেলিকক যি দৰে কৰিলে, তোমোলাকেও যেন সেই দৰে কৰা, এই নিমিত্তে তোমোলাকক অাহি দেখালে।। মই তোমোলকিত অতি স্বৰূপ- কৈ কওঁ, গৰাকীতকৈ বন্দী ডাঙ্গৰ নহয়, আৰু পচা জনতকৈ পাচনি ডাঙ্গন নহয়। ১৭ এইবিলাক জানি যদি তেনে কৰা, তেন্তে তোমোলাক সুখীয়। হব।। ১৮ তোমোলাক সকলৰে অর্থে এই কথা কৈঘেঁ, এনে নহয়; যিবিলাক মােৰ মনোনীত সেইবিলাকক জানে; কিন্তু যি জনে ময়ে সৈতে পিঠা খায়, সেই জনে মোৰ বিৰোন্ধে গোৰোৱা দাঙ্গিছে, এই যি ধৰম পুথিৰ বচন, তাক সিদ্ধি কৰা হব । ১৯ মই সেই জন, ইয়াকে যেন তোমোলাকে বিশ্বাস কৰা, এইবিলাক ঘটিব আগৈএ মই এতিয়াও তোমোলাকত কৈছো। ২৩ মই তােমোলকিত অতি স্বৰূপকৈ কওঁ, যি কোনোএ মোৰ পাচনিক গ্রহণ কৰে, সি মোকেই গ্রহণ কৰে; আৰু যি কোনো এ মেকি গ্রহণ কৰে, সি মেকি পঁচা জনকেই গ্রহণ কৰে । ২১ এই কথা কৈ যীশুএ মনত অসন্তোষ কৰি প্রমাণ দি কলে, মই তো- মোলকিত অতি স্বৰূপকৈ কওঁ, তােমোলাকৰ এটাই মোক লোকৰ হাতত সোধাই দিব। ২২ তেওঁ কাৰ অর্থে এই কথা কলে, তাতে সংশয় হৈ শিষ্যবিলাকে ইটে সিটে মুখলৈ চোৱচুিই কৰিলে । ২৩ সেই কালত যীশু এ যাক প্রীতি কৰিলে, এনে এক শিষ্য তেওঁৰ বুকত অউজি আছিল। ২৪ তাতে তেওঁ কাৰ অর্থে এই কথা কৈছে, তাক সুধিবলৈ চিমোন পিতৰে সেই শিষ্যক সঙ্কেত কৰিলে । ২৫ তেতিয়া সি য়ীশুৰ বুকত অাউজি সুধিলে, হে প্রতু, সেই মানুহ কোন? ২৬ তাতে যীশুএ উত্তৰ কৰিলে, এই পিঠা ডোখৰ জুবু- ৰিয়াই যাকে দিম, সেই মানুহ সেয়েই। পাছে তেওঁ পিঠা ডোখৰ জুৰু- ৰিয়াই চিমেনৰ পুতেক ইঙ্কৰিওতিয়া য়িহুদাক দিলে। ২৭ সেই ডোখৰ তাক দিলত ছয়তানে তাৰ ভিতৰ সোমাল । তেতিয়া শুএ তাত কলে, তুমি যিহকে কৰিবা, তাকে বেগতে কৰ।। ২৮ কিন্তু তেওঁ কি তাশয়েৰে এই কথা কলে, তাক বহি থকাবিলাকৰ কোনেও নুবুঝিলে। ২৯ য়িহু দাৰ লগত ধনৰ জোলোঙ্গা থকাৰ কাৰণে, পৰ্ব্বলৈ যি যি লাগে তাকে কিনিবলৈ, নাইব। দুখীয়াবোৰক কিবা দিবলৈ, যীশুএ তাত এই কথা কলে, কেতবিলাকে ইয়া- কে ভাবিলে । ৩০ তেতিয়া সি পিঠা ডোখৰ পালত বেগাই বাহিৰলৈ গল । সেই কালত ৰাতি আছিল । ৩১ য়িহুদা বাহিৰলৈ গলত রীশুএ কলে, এতিয়া মানুহৰ পুত্ৰৰ মহিম। প্ৰকাশ হৈছে; তেওঁৰ দ্বাৰাই ঈশ্বৰৰে। মহিমা প্রকাশিত আছে । ৩২ মকি - -