পৃষ্ঠা:New Testament in Assamese.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ অধ্যায় । কলে, হে তিৰী, মােৰ কথাত বিশ্বাস কৰা, যি কালত তোমোলাকে কেৱল এই পৰ্ব্বতত নাইবা য়িছালম নগৰত পিতৃক নভজিবা, সেই কাল আহি- ২২ তোমোলাকে যাক ভজা, তাক নেজানা; অামি যাক ভর্ডে, তাক জানো; কিয়নো য়িহুদি লোকৰ মাঝৰ পৰাই পৰিত্ৰাণ হয় । ২৩ কিন্তু যি কালত স্বৰূপ ভকতবিলাকে আত্মৰে সতেৰে পিতৃক ভজিব, এনে কাল আহিছে, এতিয়াও হৈছে; কিয়নে। পিতৃএ এনেকুয়া ভকতক বিচাৰে । ২৪ ঈশ্বৰেই অাত্মা, আৰু তেওঁক যিবিলাকে ভজে, আত্মাৰে সত্যেৰে ভজি- বৰ উচিত। ২৫ তেতিয়া সেই তিৰীএ কলে, খ্রীষ্ট নামেৰে খ্যাতি অভি- যেক কৰা জন আহিব, তাক জানো; তেওঁ তাহি আমাক সকলো কথা বুঝব । ২৬ তাতে যীশুএ কলে, তুমিএ সৈতে কথা বাত্ৰা হৈছে। যি মই, ময়েই সেই জন । ২৭ এনেতে তেওঁৰ শিষ্য সকল অহি সেই তিৰোতাই সৈতে তেওঁক কথা বা। হোৱা দেখি বিস্ময় মানিলে; তথাপি । আপনি কি খোজে, বা কি কাৰণে তায়ে সৈতে কথা বাত্ত। হৈছে, ইয়াক কেঁৱে নুসুধিলে । ২১ পাছে তিৰোতাই কলহ থৈ নগৰৰ ভিতৰলৈ গৈ মানুহবিলাকত কলে, ২৯ মই যি যি কৰম কৰিলো, সেই সকলোকে মোত কলে, এনে এজন মানুহক আহি দেখাইক; তেওঁ খৃীষ্ট নহয় নে? ৩০ তাতে সিবিলাকে নগৰৰ পৰা ওলাই তেওঁৰ ওচৰলৈ আহিল । ৩১ ইয়াৰ মাঝত শিষ্যবিলাকে প্রার্থনা কৰি তেওঁত কলে, হে গুৰু, অ- পুনি ভোজন কৰোক। ৩২ তাতে তেওঁ কলে, তােমোলাকে যিহ নেজানা, মোৰ এনে অহাৰ আছে। ৩৩ তেতিয়া শিষ্যবিলাকে ইটে সিটে সুধিলে, এওঁক কোনোবাই কিবা খােৱা বস্তু দিছে নে ? ৩৪ যীশুএ সিবিলাকত কলে, মােক পঁচা জনৰ বঞ্চি। সিন্ধি কৰা আৰু তেওঁৰ কৰম পূৰ কৰা, সেয়ে মোৰ আহাৰ। আৰু চাৰি মাহ হলে ধান দাবৰ কাল হব, এই কথা তো- মােলাকে নোবেল নে? কিন্তু মই কৈছো, চকু মেলি পথাৰলৈ চাই দেখা, এতিয়াও দাবলৈ বগা হৈছে। ৩৬ আৰু যি দাই, সি বেচ পাই, অাৰু অনন্ত আয়ুসলৈ শহ চপাই; তাতে ধান বোৱা ধান দোৱা দুয়ো একে লগে অনিন্দ কৰে। ৩৭ সেই ৰূপে এজনে বই, এজনে দাই, এই কথা সিন্ধি হয়। ৩৮ যিহতে তোমোলাকে শ্ৰম কৰা নাই, এনে শহ দাবলৈ তোমোল- কক পাচিলোঁ; অনি মানুহে শ্ৰম কৰিলে, আৰু তোমোলাকে সিবিলাকৰ শ্রমতে সোমাইছা। পাছে মই যি যি কৰম কৰিলোঁ, সেই সকলোকে তেওঁ মোত কলে, সেই তিৰোতাৰ এনে প্রমাণ দিয়া কথা শুনি, নগৰৰ অনেক চোমিৰোণী লোকে বিশ্বাস কৰিলে; ৪০ আৰু তেওঁৰ ওচৰলৈ আহি, সিবিলাকৰ লগত তেওঁক থাকিবলৈ মিনতি কৰিলত, তাতে দুদিন থাকিল । ৪ ১ তেওঁৰ অপো- ৩১