পৃষ্ঠা:New Testament in Assamese.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অধ্যা । 9 ১৮ এই রুপে ৰাজ্য আপােনাৰ বিৰোধে বেলেগ হই, সেই ৰাজ্য নষ্ট হই; আৰু কোনো ঘৰ অাপোনাৰ বিৰোধে বেলেগ হলে লিও পৰি জাই । চইতান আপোনাৰ বিৰোধে জদি বেলেগ হই, তেন্তে তাৰ ৰাজ্য কেনেকৈ থাকিব? কিয়নো মই বেজিবুৰ দোআৰাই ভূতক খেদাও, ইয়াকে তো- মোলাকে বোলা। ১১ মই জদি বেজিবু দোআৰাই ভুত খােদাও, তেন্তে তোমোলাকৰ সন্তানবোৰে কৰি দেঅিৰািই ভুতক খেদাই ? এই হেতুকে সি- বিলাক তোমোলাকৰ সোধাৰু হব । ২৩ কিন্তু মই জদি ইবৰ সক্তিৰে ভুতক খেদাও, তেন্তে ইস্বৰৰ ৰাজ্যে অৱস্যে তোমোলকিক পালেহি । ২১ বলৱন্ত লোকে সাটম হৈ আপােনাৰ ঘৰ ৰাখিলে, তাৰ সম্পতি নিৰা- পদে থাকে; ২২ কিন্তু তাতকৈও বলৱন্ত এজনে জদি আহি তাক জিনে, তেন্তে জি অস্ত্র সন্ত্রত তাৰ বিস্বাস অচিল, সেই সকলোকে সি কাহিনি, লুৰা বস্তুকে বাটি লই। ২৩ জি কোনো মোৰ লগৰ নহই, সি মোৰ বিৰোধ; আৰু জি কোনাে ময়ে সৈতে নচপাই, সি সিচি পেলাই । ২৪ অসুচি আত্মাই কোনো মানুহৰ বাহিৰে গলে, সি সুকান ঠায়ে দি ফুৰি জিৰনি বিচাৰে; তাকে নেপাই সি বোলে, মেৰি জি ঘৰৰ পৰা আহি লো, তালৈকে উভতি জাম । ২৫ পচে তালৈ আহি সঁৰা পোচা, সজোআ। পৰেঝি1 তাক দেখে । ২৬ তেতিয়া সি গৈ আপোনাতকৈও দুষ্ট অন সাতােটা ভুত লগত ললত সিহঁতে তাতে সোমাই নিবাস কৰে; সেই মানু- হৰ পাচৰ অৱস্থা অগিতকৈও বেয়া। ২৭ এই কথা কঁওতেই এজনি তিৰোতাই মানুহ জুমৰ পৰা ৰিঙ্গ মাৰি বুলিলে, তোমাক জি গর্ভে ধৰিলে, আৰু জি পিয়াহ খালা, সেইবিলাক ২৮ কিন্তু তেঁও কলে, জিবিলাকে ইস্বৰ কথা সুনি পালন কৰে, সিবিলাক তাতকৈও ধন্য । ২৯ অাৰু তেঁওৰ ওচৰত অনেক মানুহ জুম গেট খলিত তেঁও কবলৈ ধৰিলে, এই কালৰ লোকবিলাক দষ্ট ; ইহঁতে চিন বি- ঢাৰে, কিন্তু য়োনা ভবিস্যত বক্তাৰ চিনৰ বাহিৰে আন কোনো চিন সিহঁ- তক দিয়া নহব । ৩০ কিয়নো জেনেকৈ য়োনাই নিনিবি লোকলৈ চিন হৈ- চিল, সেই ৰুপে এই কালৰ লােকলৈ মানুহৰ পুত্ৰই চিন হব । ৩১ দখিন দেশৰ ৰানিএ সোধৰ দিনা এই কালৰ লােকবিলাকৰ অহিতে উঠি দূচ্চি কৰিব; কিয়নাে তেঁও চিলোমোনৰ গিয়নৰ কথা শুনিবলৈ প্রিথিবিৰ সি- মাৰ পৰা আহিল; কিন্তু দেখা, চিলােমােনতকৈও বৰ এজন ইয়াতে অচে। ৩২ সােধৰ দিনা নিনিবি নগৰৰ মানুহে এই কালৰ লোকবিলাকৰ অহিতে উঠি দুসি কৰিব, কিয়নো সিহঁতে য়ােনাৰ উপদেসত মন পালটালে; কিন্তু দেখা, ময়নাতকৈও বৰ এজন ইয়াতে আছে। ৩৩ কোনোএ চাকি লগাই গুপুত ঠাইত বা দোনৰ তলত নথই, কিন্তু গচাৰ ওপৰতে থই, তাতে ভিতৰত সোমোআবিলাকে পহৰ দেখে । ঢকু- ধন্য। . ৩ ৪