পৃষ্ঠা:New Testament in Assamese.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫ অধ]। য়িহুদিবিলাকৰ ৰজা হোঅ নে? তাতে তেঁও উতৰ কৰিলে, তুমি স্বৰুপ কৈচা। পাচে প্ৰধান পোৰোহিতবিলাকে তেঁওক অনেক অনেক অপবাদ দিলে, কিন্তু তেঁও একো উতৰ নকৰিলে। ৪ তেতিয়া পিলাতে আকও তেঁওত সুধিলে, তুমি একো উতৰ নকৰ নে? দেখ, ইবিলাকে তোমাৰ অহিতে কিমান দোসৰ প্ৰমান দিচে! ৫ কিন্তু য়িচুএ তেতিয়াও একো উতৰ নিদিয়াত পিলীতে বিস্মই মানিলে। ১ সেই পৰ্বৰ সময়ত মানুহবিলাকে জি কোনো বন্দিয়াক খোজে, অধি- কাৰে তাক মুকলি কৰে। ৭ অৰুি জি লোকে অগেয়ে দেহি কৰিচিল, আৰু দেহিতে বধো কৰিলে, সেইবিলাকৰ মাজত বাবা নামেৰে তেতিয়া এজন বন্দিয়াৰ অচিল। ৮ তাতে পিলাতে জেনেকৈ সিবিলাকলৈ সদাই কৰি অচিল, সেই ৰুপে তেতিয়াও জেন কৰে, মানুহ সমুহে এটাহ পৰি এই নিবেদন কৰিলে। ১ তেতিয়া পিলাতে উতৰ কৰি সিহঁতত কলে, তেন্তে য়িহুদিবিলাকৰ ৰজাক তোমোলাকলৈ জেন মুকলি কৰোঁ, তোমোলা- কে ইয়াকে ইচা কৰা নে? ১০ কিয়নো প্ৰধান পোৰোহিতবিলাকে অসুয়াৰে য়িক সোধাই দিচিলে, ইয়াকে তেঁও জানিলে। ১১ কিন্তু বৰাবাক জেন মুকলি কৰে, এই প্ৰাৰ্থনা কৰিবলৈ প্ৰধান পোৰোহিতবিলাকে মানুহবোৰক উদগাই দিলে। ১২ পাচে পিলাতে সিহঁতত অকিও সুধিলে, তেন্তে জি জনক য়িহু দিবিলাকৰ ৰজা বোলা, তেঁওক নো মই কি কৰিবলৈ তোমোল- কৰ ইচা অচে? ১৩ তাতে সিহঁতে অকিও এটাহ পাৰি কলে, তাক পেৰেঙ্গ- নিত মাৰোক। ১৪ তেতিয়া পিলাতে কলে, কিয়? তেঁও কি দোস কৰিলে? কিন্তু সিহঁতে অধিককৈ এটাহ পাৰি কলে, তাক পেৰেঙ্গনিত মাৰোক। ১৫ তাতে পিলাতে মানুহ সমুহক সন্তোস কৰিবৰ অসিয়েৰে সিহঁতলৈ বৰাবাক মুকলি কৰিলে, অ িয়িচুক চাবুকেৰে কোবোআই পেৰেঙ্গনিত মাৰিবলৈ সোধাই দিলে। ১৬ তেতিয়া সেনাববাৰে তৈৰিয় নামে অধিকাৰৰ চৰালৈ তেঁওক লৈ গৈ সকলো সেনাকে মাতি চপালে। ১৭ পাচে সিহঁতে তেঁওক ৰেজেন বৰনিয়া কাপৰ পিন্ধাই, কাইটেৰে কিৰিটি সাজি তেঁওৰ মুৰত দি, ১৮ হে য়িহুদি- বিলাকৰ ৰজা সেৱা, ইয়াকে বুলি তেঁওক নমস্কাৰ কৰিব ধৰিলে। তেঁওৰ মুৰত নলেৰে কোবাই গতি থুই পেলালে, আৰু তেঁওৰ আগত আঁঠু পাৰি সেৱা কৰিলে। ২০ এই ৰুপে বিগতি কৰি সেই বেঙ্গেনা বনিয়া কাপৰ গুচাই লৈ, তেঁওৰ আপোনাৰ কপিৰ পিন্ধাই পেঙ্গেনিত মাৰিবলৈ বাহিৰলৈ নিলে। ২১ পচে চিকন্দৰ আৰু ৰুফৰ বাপেক চিমোন নামেৰে এজন কুৰিনি মানুহ চহৰৰ পৰা আহি বাটত উঁওতে, সিহঁতে তাক পেৰেঙ্গ- নি ভাৰ ববলৈ ধৰি নিলে। ২২ তাৰ পচে গুলগুতা অৰ্থাত মুৰৰ লাউ খোলা নামেৰে এক ঠাইলৈ ১১ অি