পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইংৰাজী স্কুল পক্ষ আছিল। তেওঁ মদ খাবলৈ আৰম্ভ কৰিলে ১৫ দিনমান একেৰাহে চলিছিল, আৰু তাৰ পিছত ১৫ দিনমান একেবাৰেই কান বাৰে-খৰ। তেওৰ নিৰামহীযা কাল তোক মই শুক্লপক্ষ বুলিছিলো, আৰু সি ডোক কৃষ্ণপক্ষ বুলিছিলো। বেজাৰৰ কথা—এইটোহে যে, এই কৃষ্ণপক্ষতত তেওঁ একো একো দিন স্কুলত ভটং কৰে উদয় হৈছিলহি, আৰু ছাতৰবোৰে তেওৰ সৃত্তিৰ গঢ় গতি দেখি আমোদ উপভোগ কৰিছিল। এদিন মনত আছে তেও তেওঁৰ কৃষ্ণপক্ষ ভিতৰতে ঘপহ কৰ স্কুলত ওলালহি , লগতে বলা ফুলৰ হেড,পণ্ডিত বাবু প্ৰাণকৃষ্ণ কৰ। প্ৰাণকৃষ্ণ বা নিশ্চয় চন্দ্ৰমোহন বাবুৰ তাৰক আৰু চালক হৈ আহিছিল। কিন্তু আচৰিত কথা যে, গোৰামী ডাঙৰীয়াৰ পটলঙৰ ভিতৰত থকা চুৰিৰ পোব্দটো যে পটলুঙৰ ওপৰেদি ওলাই ওলমি আছিল, সেইটো গোস্বামী ডাঙৰীয়াক চালক কৰ বাবুৰ প্ৰফুল্লিত নয়ননিকৰত নপৰিছিল, পৰাহেঁতেন তেওঁ সেইটোকো সেইদৰে নিৰাশ কৰি নেৰি গোস্বামী দাঙৰীয়াৰ পটল ভিতৰতে ৰক্ষা কৰিবৰ এটা দিহা কৰি দিশেহঁতেন, গোৰ্যায়ে প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি ষষ্ঠ শ্ৰেণীলৈকে পৰিভ্ৰমণ কৰি ছাতক কিতাপৰ পাঠৰ প্ৰশ্ন সুধি ফুৰিছে, আৰু প্ৰাণ বাৰ লগে লগে ছাৰ দৰে ফুৰি সেই প্ৰশ্ন দোহাৰি (repeat কৰি) লৰাক বুজাই দিছে; অথচ এই গোটেই ডোৰ কালত বিদ্ৰোহী জাতীয় (Natural) চুৰিয়াৰ পোৰ অগ্ৰভাগে পতাকাৰ ৰূপ ধৰি বিৰাট বৃটিশ গবৰ্ণমেণ্টৰ লৰ বিলাতীয় ইউনিয়ন স্মে” পতাকাৰ “ম্পিটি” বা আত্মাক গ্ৰাহ আৰু সবত অঙ্গ কৰি উত্ৰাল ভাবে উৰি ফুৰিছে, কি তাৰ ফালে কৰ বাৰুৰ চকু নাই। দৃটো দেখি, গোটেইটো স্কুল ছাতৰৰ Suppressed গৰি অখা হোমাৰি ধৰি থকা 'হিৰ হোত এখি। যি , ইয়াৰ পিছত ৰ চেকেও নাই আৰু মোৰ সহপাঠী এ যে -