o মোৰ জীৱন সোৱৰণ মধুবি ঈশ্বৰৰ কীৰ্তন মহল নিৰন্তৰ যিতো ভূমিগে শুদ্ধৰূপে হোৱে আত। তাৰ ধূলি যিতো শিৰে ধৰে, নিয়ে জানিব সিতো নৰে, কৃষ্ণৰ পৰম বৰত হোৱে সাক্ষাত॥” মোৰ ভালকৈ মনত আছে, যি দিনা আমি দিখৌ মুখত সোমাও- সোমাও হৈছে, সেই দিন দুপৰীয়া, ওচৰৰ মিৰিগাও এখনত বৰকৈ লৰা এটাই কন্দা আমি শুনিলো। দেউতাই তেতিয়াই নাও ৰখাবলৈ দি, নাৱৰ পৰা নাৱৰীয়া এটাক কনা লৰাটোৰ মাক বাপেকক মাতি আনিবলৈ পঠিয়াই দিলে। সিহঁত আহিলত, লৰাটোক সিহঁতে কিয় সিমানকৈ কন্দুৱাইছিল, দেউতাই সুধি, আৰু নকলুৱাবলৈ ভালকৈ কৈ সিহঁতক বিদায় দিলে। সিহঁতে দেউতাৰ কথাত সন্তোষ লভি, আমাৰ মাওখন অলপ ৰাখিবলৈ কৈ, লৰি গৈ চাইটা মানুহে সাদী কৰি অনা এটা ভাল বৰকাছ দেউতাক উপঢৌকন দি সেৱা কৰিলে। লগতে গোটেইখন মিৰিগাৱৰ লৰা, বুঢ়া আৰু তিতা নাহি আমাৰ নাৱৰ কাষত জুম ছিলে। দেউতাই কাছটো তাতে কটাই তাৰ এটা কি দুটা পিৰা বাৰি বাকীবোৰ সিহঁতকে বিলাই দিয়ালে। সিহঁতে ৰ মনেৰে মই লৈ দেউতাক সেৱা কৰি গুচি গল। বাপি এটাৰ সমান ইমামটো ভাজৰ বৰকাছ আগেয়ে মই কেতিয়াও দেখা নাছিলে॥ তেতিয়া মোৰ বয়স কিমান হব নোৱাৰে॥ মই চুৰিয়া যদিও পিঢ়িছিলো, কিন্তু এ কৈছে। এই নিলো, আৰু দুই-এদিনতে আৰি ৰপূৰ পামগৈ। মই ভাবিলে। মাৰ পুৰৰ ঘৰৰ ম মানুহ বোৰৰ আগত মোৰ ককালেৰে সৈতে চুৰিয়াৰ এনে এ-ধৰা সৰটো বৰ লাৰ ব; মাকে ভাবি, দিনে তিয়ে সমিছিকৈ পিটি থাকিবলৈ ফুৰ চুৰিয়া মোক দিবলৈ মাতৃদেবী ফলো। মাতৃদেবীয়ে নোৰ এমুক্তিগত বিবেচনা কৰি সেইমতে মোক চুৰিয়া দুখন মিলে, আৰু মই ব্য-শ্য সত্য ল হৈ আষাৰ পুৰৰ ঘৰত প্ৰৱেশ কৰিলো। 1 !
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৫৮
অৱয়ব