গুৱাহাটীৰ জীৱন - উৎসৱ ছাতৰ সকলৰ পক্ষে কেনে আনন্দময় হয় তেওৰ দৈনিক পূজাও যদি ছাতৰ সকলৰ পৰুে তেনে আনন্দময় হলহেঁতেন, তেওঁৰ অক্ষয় জ্ঞান ভাণ্ডাৰৰ পৰা আন-ৰত্বৰ সভাৰ হৰি মনেৰে সংগ্ৰহ কৰি কত লোক ধনী আৰু সুখী হব পাৰিলেহেঁতেন। স্কুলত আমাক অঙ্ক শিকোৱা এজন মাষ্টৰ আছিল; তেওঁৰ নামটো (যদি মই পাহৰা নাই) চাখাৱত আলি। তেওঁক দেখিলেই মোৰ মূৰত থাকিব-নোখোজা অঙ্কৰ আকৃতি কেইটা বিকৃতি হৈ, মাতৃস্তন্যৰে সৈতে মাতৃদত্ত মাত কেইতাক সিইতে লগত লৈ মোক স্কুলৰ ক্লাচৰ কাঠৰ বেঞ্চৰ ওপৰতে নিৰুপায় কৰি অকলশৰীয়াকৈ এৰি, তাহানি নিৰ নলে দময়ন্তীক হাবিৰ মাজত এৰি পলোৱাদি পলাইছিল। তাৰ পিছত কি চাহাবৰ ৰঙা চকু আৰু ঢোকা মূখৰ বাক্যবাণ এই মৃতকৰ ভেলটোৰ ওপৰত যিমান কোষেৰে পৰিছিল, উত্তৰৰ আশাত নিৰাশ হৈ সিমান কোষেৰেই সেইবোৰ তেওঁৰ টোণলৈ উভতি গৈছিল। মুঠতে এই ফেৰা কলেই হব যে গুৱাহাটীৰ স্কুল মোৰ পক্ষে আন্দোলয় নহৈ যমালয় হৈ উঠিছিল। মনত আছে, তত মোৰ এনে বিদ্যাভ্যাস সঙ্কটময় অৱতে এবাৰ কলিকতাৰ পৰা তেওঁলোকৰ কলে বন্ধত ককাইদেওসকল গুৱাহাটিলৈ আহিছিল। মোৰ কলিকতীয়া ককাইদেওসকল নাজি আহি পাবহি, এই উৎসাহ আনাতিগত মোৰ মাটিত ভৰি পৰা নাই। ককাইদেওসকল আহিল; একজন সকলক তেওঁলোকে সেৱা কৰি আৱৰ সত্যৰ্থনা লাভ কৰিলে; সবোক দুই-চাৰি নাৰ মিঠা যাবে আপ্যায়িত কৰি সেৱা নাৰ এণ কৰিলে। কিন্তু এই দুমাৰ দুৰ কথা কি কম! মোক দেখিয়েই কাইনেৰে মাত বলে-এইটো ইন ৰ লনে! যে অই কি পঢ়ি এটা নিয়েই নোৰ মনৰ নামৰ নাৰ একে বেচাতে কি
পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৪৭
অৱয়ব