পৃষ্ঠা:Mor Jeevan Sowaran.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

OU ১৫/২০ -ককাইদেওহঁতৰ কলিক যাত্ৰা জাহাজ আৰু ৰেলৰ আবিৰ্ভাব তেতিয়াও আসাৰত হোৱা নাছিল , সদাগৰী জাহাজ চলাচল হৈছিল মাখোন; আৰু তাৰ সহায়েৰে দিনেহে গৈ কলিকতা-যাত্ৰীয়ে কলিকতাত ওলাব গৈ পাৰিছিল। কলিকতাত পঢ়িবলৈ গৈ বঙালীৰ হাতে ভাত খালে সম্ভৱতঃ আমাৰ ককাইদেওসকলৰ জাত যাব, এই ভয়ৰ আন্দোলন আমাৰ ঘৰত প্ৰবলভাৱে চলি বিষম সমস্যা উপস্থিত কৰিছিল। এই সমস্যা সমাধান, শশধৰ নামৰ অসমীয়া বামুণ এটাক তেওঁলোকৰ ভাত-ৰান্ধনি কৰি পঠিয়াই কৰা হয়। কিন্তু লাহে লাহে দেখা গল যে ককাইদেওসকলৰ দ্বাৰাই কলিকতাত অচিৰতে ৰানি শশধৰ অনাৱশ্যক বিবেচিত হল, আৰু এবছৰ মানৰ পাছতে অসমীয়া শশধৰ বাকাশৰ মেঘমুক্ত হৈ পুনৰ আকাশত উদয় লহি। সিফালে কলিকতাত, জাতৰ বাৰৰে শুকাই কৰীয়াকৈ থোকা দুই ভাই বিদেশী ৰান্ধনিৰ আজা-ভাতৰ ধাৰাৰে ঢৌৱাই পেলালে। সন্তান সকলৰ বিপৰ্যয় বুজি দেখি বেচেৰা পিতৃদেৱতাই কলিকাল প্ৰকাণ্ড প্ৰতাপ অনুভৱ কৰি ঈশ্বৰক চিন্তি বিষাদ মনেৰে ৰল। দুইজন ককাইদেওৰ চুলি-কটা ব্যাপাৰ লৈয়ো আমাৰ ঘৰত কৰ আন্দোলন উপস্থিত হোৱা নাছিল। অথচ তেনে চুলি-কটা বা টিকনিকটা ঘটনা সাহোটা বাৰৰ ছাল্প প্ৰহৰত আজিকালি নিতে ঘটিব লাগিছে, “ব্ৰাহ্মণ পত্ৰিয় পুণ্য-ত” সকলে নিৰ্বিবাদে, অতি- ৰোধ গতিৰে নিতৌ মন্তকৰ শিখা কাটি তহিলং কৰিব লাগিছে, কি তেনে কাণ্ড-কাৰখানা দেখি অলেখ কাউৰীৰ এটা কোৱাইও একাৰ “কা কা না, অসংখ্য চিলনীৰ এটা ছিল এটা “টি” বোলা নাই, বৰগছে এটা টোপাল পেলোৱা মাই, বানিয়ে পূহ মহীয়া চৰ তলত জা দিলেন কাঠৰৰি সৈতে এবাৰ, সেহোৱা নাই, আনকি সনাক্ষী এ সম্প্ৰদায়-সৰ পৰা'।