পৃষ্ঠা:Mor Jeevan Sowaran.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-লক্ষীমপুৰ ১৭ পাই ব্যসমস্ততাৰে এটাৰ পিছত এটা, তাৰ পিছত এটা-তাৰ পিছত আকৌ এটাকৈ, লালি নিছিগাকৈ লৰ গুৰি-পৰুৱাৰ দৰে মোৰ সুতুলিৰ সুৰবোৰ লৰিবলৈ ধৰিলে। কেচা কুমাৰ-মাটিৰ দাগ লাগি মোৰ ওঠ বগা হল; ফুৱাই ফুৱাই মুখত বিষে ধৰিব লগীয়া হল, সেই উপসৰ্গবোৰলৈ মোৰ ভ্ৰুক্ষেপ নাই; মোৰ তুলিৰ সুৰ অবিৰাম তাৰে চলিবলৈ ধৰিলে, চেনেহৰ চুমাৰ এঠাৰে এঠা খাই তুলি মোৰ মুখত লাগি গল। সুতুলিৰ দৌৰাত্ম বাঢ়িলত আমাৰ গতি-বিধিৰ পৰি- দশক ৰবিনাথ ককাই, মোৰ কাকুতি-মিনতিলৈ আওকাণ কৰি সুতুলিটো মোৰ হাতৰ পৰা কাঢ়ি নি নিৰভাৱে শিল এছটাত এটাৰ মাৰি ভাঙি পেলালে। ককাৰ এনে নিদাৰুণ আচৰণত মোৰ দুচৰ পৰা দুৰাৰ লো বৈ গল; মই দুখ-শোকত যিমাণ হলো। আমন- জিমনকৈ দুৰ্গেশ্বৰ শৰ্মাৰ ওচৰ পালোগৈ। মুখৰ গঢ় দেখি, মোৰ কি হৈছে সুখি, জনি, মৰম পতিয়াই তেওঁ মোলৈ আৰু এটা তুলি সাজি ৰদত শুকাবলৈ দিলে। সেই দিনাই বেলি মই মোৰ হেৰোৱ নিধি নতুন সুতুলি লাভ কৰিলো। অনতিবিলতে তুলিৰ ভিতৰেদি সমুখিত আনন্দৰ কৰুণ সুৰে দিল মুখৰিত কৰিবলৈ ধৰিলে। দুখৰ বিষয়, এই সুতুলিৰ পৰষায়ু সহখিনি পৰ নাছিল; কংসাৱতাৰ ককাই সংবাদ পাই পুনম লাভ কৰা তুলিটিকে পূৰ্বতে শিলত আফালি বধ কৰিলে। এইবাৰ তেওঁ আৰু এখোল আগবাঢ়ি সূতুলিৰ জন্মদাতা দুৰ্গেশ্বৰ শৰ্মাক বৈশেষকৈ কৈ দিলে, বেন তেওঁ আৰু মোক মকৈ তুলি সাজি নিদিয়ে। ফলত, সুতুলি- আকাশক্তি নিক্ষিয় হল। কি উপায়হীনৰ উপাদাতা সহায় হল; মোৰু তেওঁ নতুন বাট উলিয়াই দিলে। মই আমাৰ ৰ লৰ ৰা এটাৰ শৰণাপ হলো; নি মোক বিতীয় মেয়ৰ তুলি এটা নাকি দিলে। মিণ্ডি পুনৰাগত এই তুলিত আগৰ দুটাৰ দৰে finish