পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

O't পাতনিত কৰলৈ অনেক কথা আছে, কিন্তু সেই এটাইবােৰ কবলৈ গলে পানি আকাৰ অনেক বাঢ়ে ; সেইদেখি দুটা এটা কথাৰ বিষয়ে দুষাৰ এবাৰ কৈ সামৰণি মাৰি। আন প্ৰদেশৰ প্ৰচাৰকৰ সম্পর্কে এই গ্ৰন্থত উল্লিখিত কোনাে কোনাে ঘটনা বা বৃত্তান্ত সময়ৰ হিচাপত সেই সেই ঠাইত প্রচলিত বা বর্ণিত থকা ঘটনা বা বৃত্তান্তৰ সময়ৰ হিচা- পেৰে সৈতে অমিল হয় যদিও, আমি কিন্তু তালৈ বিশেষ লক্ষ্য নাৰাখি, আসাৰত স্বাধীন- ভাৱে সেইসকলৰ সম্পর্কে প্রচলিত বা জ্ঞাত থকা প্ৰকাৰেহে সেইৰােৰ এই গ্ৰন্থত সন্নিবেশিত কৰিছোঁ। তাৰ কাৰণ এই যে, এই গ্রন্থেল্লিখিত আন আন দেশৰ ধৰ্মপ্ৰচাৰকসকলৰ সম্পর্কে সময় বিষয়ত সেই সেই দেশতে যে সেইবােৰ নিঃসন্দেহ ৰূপে স্থিৰীকৃত হৈছে এনে নহয়। উদাহৰণ স্বৰূপ কওঁ,মানল ৰামানুজৰ শিষ্য পৰম্পৰাত চতুর্থ বুলি নির্দিষ্ট হৈছে। শকালৰ একাদশ শতিকাৰ মাজ ভােখৰত ৰামানুজ আচাৰ্য বিদ্যমান আছিল। তেনেহলে বাদশ শকাব্দৰ মাজ ডােখৰত ৰামানল বর্তমান থকাটো সম্ভৱ হয়। কিন্তু মানৰ শিষ্য কবীৰা শকাব্দৰ চতুর্দশ শতিকাৰ মাজ ভাগত প্রাদুর্ভত। সেইদেখি কৰীৰ গুৰু ৰামান স্বামীও সেই শতিকাৰ আৰন্তত, নতুবা তাৰ অলপ আগতে জীযাই থকাটো হে সম্ভৱ। এইদেখি ৰামানন্দ ৰামানুজৰ শিষ্য পৰম্পৰাৰ ভিতৰত চতুর্থ বুলি থিৰ হলে, যি সময়ত তেওঁ বিদ্যমান থকা অসন্তৰ সেইটো যুক্তিসিদ্ধনহয়। এই নিমিত্তে ৰামানন্দ ৰামানুজৰ শিষ্য পৰম্পৰাৰ ভিতৰৰ হয় নে নহয় সন্দেহৰ স্বল । আৰু চোৱা, কবীৰ পৰীসকলে কয় যে কবীৰা ১২০৫ সংৰতৰ পৰা ১৫০৫ সংবত- লৈকে তিনি শ বছৰ জীয়াই আছিল। “সংবৎ বাহসয়ে ঔ পাঁচ যে জ্ঞানীকিয়ৌ বিচাৰ। কালীমাহি এগটভয়ৌ শব্দকহে টকাৰ | সংবৎ পদৰহ স যে ঔ পাঁচ মে মগৰকিয়ৌ গবন। অণহ সুদি যেকাদশী মিলে পৰন সে পবন ।” ইয়াৰ অৰ্থ-১২০৫ সংবতত জ্ঞানী কবীৰাই বিচাৰ কৰি দেখিলে আৰু কাশীত আবির্ভূত হৈ টকাৰ শাস্ত্ৰ প্ৰকাশ কৰিলে । ১৫০৫ সংৰতত মগৰলৈ যােত আঘােণৰ একাদশীত পৱনত পৱন মিলিল। কিন্তু মানুহৰ তিনিশ বছৰ পৰয় হােৱাটো সম্ভৱ নহয়। নানক গ্রন্থতে কৰীৰাৰ ৰচন উত আছে। ১৫৪৬ সংযত নানকে যত প্ৰচাৰ কাৰ্য আৰম্ভ কৰে। চেকলৰ লােডিৰ আগত কৰীৰ বিচাৰ হােৱাৰ কথা প্রচলিত আছে। চেনৰ ১৫৪৪ বা ১৫৪৫ সংৰত ৰা হয়। ইত্যাদি কাৰণত সংবৎ অলৰ পৰশ শতিকাৰ মাজ ভাগত ৰামান স্বামীৰ আবিৰ্ভাৱ হৈছিল যেন নুমান হয়। আমাৰ আকাৰৰ চৰিত্ৰ পখিৰ বিৰণ মতে শৰদেৱে সণিধ্যে দ্বিতীয় ৰাৰ তীৰ্থলৈ যাওঁতে কীৰাৰ নাতিনীয়েকৰ সৈতে তেওঁলােকৰ দেখা হৈছিল, আৰু কৰীৰাৰ সমাধিস্থান তেওঁলােকে দর্শন কৰি, শৰদেৱে নাতিনীয়েকৰ মুখৰপৰা ৰীৰাৰ মৃত্যুৰ সকলাে বাতৰি তমি মানি লৈছিল। শৰদেৱে ৰীৰাৰ প্রতি প্রগাঢ় ভক্তি দেখুৱাইছিল আৰু শিষ্য- সকলকে সেই সমাৰিত ভক্তিভাৱে সেৱা কৰিবলৈ কৈছিল। ইয়াৰপ শদের এর তীবলৈ আহোঁতে কী লগ পাইছিল যেন অনুমান হয় ।