পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ R. লোক শঙ্কৰক দেখি। এভাৱ শুনিয়া রে ক্ষণেকে। নাপেক্ষি । সৰস্বতী মিশ্র ধিজে সিসৱ প্ৰতর। জানি। প্রণাম কৰি গৈল সে। ঠাৱ । কাে- ক্ষণে পাইলা গৈলা শক: ঘৰ। বস্ত্র খসাই গান কৰি আনন্দ বিস্তৰ ৷ বুঢ়াক আদি বা ভুয়? •ণ। পরম আনন্দে বার্তা পুড সজন।** পম্মানন্দে ক। সবা। প্রত্যেক । **শুনি সর্বলোক আন্দৰ পাৰ নাই। জাল মনুষ্য নোহে শঙ্কৰ গােসাঁই ।” iqet haut 517:27 (7FACE- “দিনেক ক..দে বনি ভোক্তা। কবি মুখ শুদ্ধি পথে কৰন্ত গমন। খান চাৰি গুৱাপা- বাম হাতে বলি। চলন্ত পথত আতি লীলাগতি কৰি। সেহি বেলা যাও এক আগে উপত। দেখিয়া শঙ্কৰদেৱ গুণন্ত মনত ।। হঠাতে বাজিনে। পলাইক নপাৰিলো। দিনে দুখ ইটা মােক অৱশ্যে জানিলো । নাৰম্বাৰ ইটো মনুষ্যক মাৰি। শিঙ্গ পাতি শৰক খেদিয়া অসম || আস্ত শঙ্কৰদেৱ বহি তাক চাই। মনে গুণি আন একো নপান্ত উপায় । গুৱাপাণ এৰি দুই হাতে দুই শিহে। ধনিয়া দিলন্ত ডাবি অতি বৰ ৰিঙ্গে।। পাক শাসি হেস্পোচিস। তা নেয়। এৰাইবে। কিমতে বুলি মনত গুণ। দই fিত খাল দি নাহি পলাইবাক। বাম পাশে খাল পেহই। bি.টি তাক || খালে পৰি বৰষৰ কৰে আতিশয় । ভয় হসা চাৰিও ৰণ আৰ। উf. মল মুত্র ত্যাজি শঙ্কৰদেৱক। দেখিয়া পলাম আৰ ঢাৱে পাছ ৷ লে খাদে মহায়ে লৱৰি পায়। বঙ্গ মনে শঙ্কনে অতি • চাই।' “কাৰী মুনিয দুই দুরাত' থিত। হেন দেখি শঙ্কৰে লন্ত ভয়ভীত। কিমতে পাইনে। মনে নে আলোচিলা। fতপৰা বব বেগে লৰ দি। হেস্পোটি। ঢিটে পেনাইলন্ত দুনো। বকিলা ইকো দি৷ এই চৰ-।'--দত্যা। কছাৰীস দশক ধৰিবলৈ তেওঁৰ ঘৰ-বৰ দিলে। দুটা শকত ৰণুৱা কছাৰী হেৰ ঘৰৰ দুৱাৰমুখত থিয় হৈ তেওঁক অচি ধৰিলে। শঙ্কৰে কথা সিঙ্গতি দেখি ভিতৰৰপৰা ভাে-ভো-কাৰে লৰি ওলাই আহি ঠেলা মাৰি কছাৰী দুটাক মাটিত পেলাই দি সিহতৰ গাৰ ওপৰত ভৰি দি গচকি ওলাই লৰ মাৰিলে। শঙ্কৰৰ কেনে সুস্থ আৰু সবল মনেৰে সৈতে সুস্থ আৰু সবল শৰীৰ আছিল চোৱ।। সুস্থ মন আৰু সুস্থ শৰীৰ