উপদেশ আৰু গীতাত অৰ্জ্জুনৰ প্ৰতি ভগৱানৰ উপদেশ একে। গীতাত ভগৱানে কৈছে :-
“সৰ্ব্ব ধৰ্ম্মান পৰিত্যজ্য মামেকং শৰণং বুজ।
অহং ত্বাং সৰ্ব্ব পাপোভ্যা মোক্ষয়িষ্যামি মা শুচ॥”
ভাগৱতত ভগৱানে উদ্ধৱক পৰম জ্ঞানৰ কথা কৈও উপদেশ দিছে :-
তস্মাত্বযুদ্ধবোৎসৃজ্য চোদনাং প্ৰতিচোদনাং।
প্ৰবৃত্তঞ্চ নিবৃত্তঞ্চ শ্ৰোতব্যং শ্ৰুতমেব চ॥
মামেক নেব শৰণমাত্মানং সৰ্ব্ব দেহিনাং।
যাহি সৰ্ব্বায়ভাৱেন ময়াস্যাহ্যকুতোভয়:॥”
ইয়াৰ অন্বয় এই:- তস্মাৎ হে উদ্ধৱ, ত্বং চোদনাং শ্ৰুতিং প্ৰতিচোদনাং স্মৃতিং প্ৰবৃত্তং বিহিতং কৰ্ম্ম নিবৃত্তং অবিহিতং শ্ৰোতব্যং শ্ৰুতং এবচ সৰ্ব্বং উৎসৃজ্য অনাদৃত্য সৰ্ব্বাত্মভাবে সৰ্ব্বদেহিনাং আত্মানং একং এব মাং শৰণং যাহি গচ্ছ। ময়া এবহিত্বং অকুতোভয়: স্যা: ভবিষ্যসি।
মীমংসকবিলাকৰ বেদবিহিত কৰ্ম্মকাণ্ডৰ বিষয়ে শিক্ষা আৰু জীৱহিংসা কৰি দেৱ দেৱীৰ পূজা কৰা বিষয়ে ভাগৱতত কি কৈছে দেখা যাওক।
“নতে মামঙ্গ জানন্তি হৃদিস্বং যাহদং যতঃ।
উক্থশস্ত্ৰা হ্যসুতূপে৷ যথ৷ নীহাৰ চক্ষুষঃ॥
তেমে মতমবিজ্ঞায় পৰোক্ষং বিষয়াত্মকা:।
হিংসায়াং যদি ৰাগ স্যাদ যজ্ঞ এব ন চোদনা॥
হিংসায়াং ৰিহাৰা হ্যালদ্ধৈ: পশুভি: স্বসুখেচ্ছয়া।
ৰজন্তে দেবতা যজ্ঞৈঃ পিতৃণ ভূতপতীন গলা:।
স্বপ্নোপৰ মষুং লোকমসন্তং শ্ৰৱণপ্ৰিয়ং।
আশিষে হৃদি সঙ্কল্প্য ত্যজন্তৰ্থান্ যথা মণিকু॥
ৰজঃ সত্ব তমো নিষ্ঠা ৰজঃসত্ব তমোজুসঃ।
উপাসতে ইন্দ্ৰ মুখ্যান দেবাদীন্ন তথৈব মাং॥
ইষ্টৃেহ দেবতা যজ্ঞৈৰ্গত্মা ৰংস্যামহে দিবি।
তস্যাম্ভ ইহ ভুয়ান্ম মহাজালা মহাকুলা:॥”
এবং পুষ্পিতয়া বাচা ব্যাক্ষিপ্ত মনসাং নৃণাং।
মানি নাঞ্চাতি লুব্ধানাং মদ্বাৰ্ত্তাপি নৰোচতে॥