300 শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ জগতত ভগৱান শঙ্কবাচাৰ্য্যৰ নিচিনা আধ্যাত্মিক বিষয়ে deep and bold thinker জায় এজন বোধ কবে। হোৱা নাই। ইউৰোপীয়ান পণ্ডিতসকলে তেওঁৰ গভীৰ গবেষণা দেখি স্তম্ভিত হৈছে। তেওঁৰ শাৰিবক ভাষ্য ভাৰতবৰ্ষৰ সকলো ঠাইতে শীৰ্ষস্থানীয় বুলি বিবেচনা কৰা হয়। তেওঁৰ মায়াবাদ উল্লেখ কৰি কোনো কোনো কমাৰ্গব আচাৰ্যই তেওঁৰ মত শুন্যবাদী বৌদ্ধমতব নামান্তৰ মাত্ৰ বা প্ৰচ্ছন্ন বৌদ্ধবাদ বুলি নিন্দা বা উপহাস কৰিছে। কিন্তু কি শৈবাচাৰ্য্য, কি বৈষ্ণৱাচাৰ্য সকলোৱেই প্ৰকাৰান্তৰে তেওঁৰ মত অৱলম্বন নকবাকৈ থকা নাই। সেই বাবেই শঙ্কৰ মাধৱ দুয়োবব লেখাতে অদ্বৈতবাদ, মায়াবাদ প্ৰভৃতিৰ বিস্তব প্ৰমাণ পোবা যায়। (৪) যি হওক জগৎ অনিত্য হলেও আকাশ-কুসুম বা শশ-শৃঙ্গব নিচিনা অলীক নহয়। এই কথা মায়াবাদীয়েও কয়। জগৎ আছে হয় কিন্তু “মন্ধকাৰে বৰ্জ্জু সৰ্প ইব” অৰ্থাৎ কম পোহবত দূৰৰপৰা লৈকে যেনেকৈ সাপ যেন দেখা যায় সেই প্ৰকাৰ মায়াৰ গুণত জগতকে নিত্য যেন বোধ হয়। এক মাত্ৰ সৎ ভগৱান, কিন্তু জগৎ তেওঁৰ সৃষ্টি, গতিকে জগতক একেবাৰে তুচ্ছ জ্ঞান কৰা ঠিক হয়। এই ভাব হে সংসাৰীৰ উপযুক্ত আৰু পাশ্চাত্য ধৰ্মভাৰৰ লগত এই ভাব অলপ মিলে। আময়- কোষ অৰ্থাৎ দেহৰ ধ্বংসৰ লগে লগে স্কুল জগতৰ সম্বন্ধ বহিত হয়, সেই বাবেই জগৎ অনিত্য; কিন্তু নিত্য আত্মাৰ লগত নিত্য পৰমাৰ সম্বন্ধ অবিচিছন্ন আৰু চিৰস্থায়ী, নিত্য বস্তু হে সাৰ ধন। তথাপি বিমান দিন দেহ থাকে সিমান দিন জগৎ সত্য যেন হে বোধ হয়; আক শুদ্ধচিত্ত হৈ থাকিব পাৰিলে এনে ভাবে আত্মা পৰমাৰ নিকট আৰু চিবস্থায়ী সম্বন্ধ কোতয়াও পাহৰাব নোৱাৰে। ভক্তিতেই চিত্তশুদ্ধি হয়। পাৰ্থিব জীৱন একেবাবে মূল্যহীন নুবুলি বৈষ্ণৱ গুৰুসকলে পৃথিৱীত নতনু লাভ (8) ‘আয় ঈশ্বৰক লাগ, প্ৰত্যকে সততে পায়, নাপায় জান) তাক অবিদ্যাত। ঋষি নাশলে লাগ, কৃষ্ণক পায় যেন, কণ্ঠলগ্ন বস্তুক সাক্ষাত।” “মায়া আট কৰি যত, সমস্তু জগত জড়, কৃষ্ণসে চৈত্য আৰ শুদ্ধ। ‘বাধৱেসে আয় নি, মাধৱেশে ইষ্ট ওক, মাধৱেসে দেৱতা পৰম।" মুমৰ যেনে, অবিদ্যানিত সুখে, ৰিকত ভৈল অতিশয়। কেবল আয়াত মাত্ৰ, সয়ে প কৰে, তেব বিবি কি গুচয়।" -নাম যোব।