২৯৪ এগিদেৱ আৰু মাধৱদেৱ বোগ এক প্ৰকাৰ অসম্ভৱ। লোকৰ অলপ আয়ুসৰ নিমিত্তে কৰ্ম্ম কৰোঁতে কৰোতে জীৱন যায়, কোনো কৰ্ম্ম অপুৰ্ণ নহয়। হাজাৰ ভৰা যায়। নিক্ৰিয়ভাৱে কৰ্ম্ম কৰা গৈছে কিন্তু কামনা আহি পৰে। তেনে অৱস্থাত কই কেনেকৈ ভগৱান সিদ্ধিৰ বাবে সহায় কৰিব? বৰং তাৰ বিপৰীতে সংসাত আসক্তি হে বঢ়াই দিয়ে। সেইদেখি কলিত ভক্তিযোেগ—নাৰদীয় ভক্তি, অৰ্থাৎ ভগৱানৰ নাম গুণ কীৰ্তন। এয়ে সহজ পথ, এয়ে যুগধৰ্ম। মাদেৱে লিখিছে “হৰি গুণ কীৰ্তন কলিৰ নিজ ধৰ্ম। জানিবাহ সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম্ম।” • বৰদোৱাত জগন্নাথ দেৱৰ প্ৰতিমা সজোৱাৰ উদ্দেশ্য চৰিত্ৰ পুথি মন দি পঢ়িলেই বোধকৰে। বুজা যায়। সেই সময়ৰ কিছু পুৰ্বে ব্ৰাহ্মণবিলাকে শৰ ভক্তসকলক যৎপনোস্তি নিৰ্যাতন কৰাত শঙ্কৰেৰে সৈতে ব্ৰাহ্মণ পণ্ডিতবিলাকৰ খুব বাদ প্ৰতিবাদ চলিছিল। সেই বাদত ব্ৰাহ্মণবিলাকে হে পৰান্ত হৈছিল। কোনো বাঢ়ৈৰ দ্বাৰাই প্ৰতিমা গঢ়াই প্ৰতিষ্ঠা কাৰ্য্য নিমিত্তে ব্ৰাহ্মণসকলক নিমন্ত্ৰণ কৰাত প্ৰথমতে তেওঁলোকে নিমন্ত্ৰণ গ্ৰহণ নকৰিবলৈ আলচ পাতিছিল। কিন্তু চৰিত্ৰত লিখিছে যে সোণ ৰূপ আদি দান দক্ষিণাৰ বিশেষ আয়োজনৰ ভু পাই ব্ৰাহ্মণসকল আহিল। প্ৰতিষ্ঠা কাৰ্য্য আৰু দান দক্ষিণাদি দিয়া সমাধা হলত ব্ৰাহ্মণবিলাকক মাতি শঙ্কৰে সেই প্ৰতিমা পূজা কৰা সম্বন্ধে বিচাৰ আৰম্ভ কৰিলে। আলোচনাৰ পাছত এয়ে দ্বিৰ হল আৰু পণ্ডিতবিলাকেও স্বীকাৰ কৰিবলৈ বাধ্য হল যে- “যতেক মৃত্তিকাময় যত শিলাময়। যত সময় ইটো দেৱ তীৰ্থ হয়। কিন্তু শুদ্ধি কৰে চিৰকাল সেবি যেবে। দান মাসে কৰে সাধু নৰে। সেত তাতে হতে হোৱে নৰ। সাৰুৰে দেৱে তীৰ্থে অনেক অন্তৰ।” ইয়াৰ চুক মা এৰে নে ৰাৰিলাকে যিসকল হৰিসেৱাৰত শুদ্ধচিত্ত সাধু নিৰ্থক কানা কৰিবলৈ কুণ্ঠিত নহৈছিল তেনে সাধু নৰ মাটি বা বিলৰ প্ৰতিমাতকৈও শ্ৰেষ্ঠ। শৰে হৰি ভক্ত বিৰেী শ্ৰাণবিলাক এই শিক্ষা দিবৰ নিমিত্তে হে জগন্নাথৰ প্ৰতিমা প্ৰতিষ্ঠা কৰাইছিল, এনে যুদ্ধ