২৯৭ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ ইতৰ লোকৰ গুঢ় দাৰ্শনিক ধৰ্মতত্তসকল ধাৰণা কৰিবৰ শক্তি নাছিল। সেইবাবে সিহঁত এক প্ৰকাৰ সনাতন ধৰ্ম শিক্ষাৰ বহিৰ্ভুত আছিল। ঋষি- সকলৰ পৰৱৰ্তী সময়ত ঢাতিৰ স্থলত নানা জাতি হল। এক ব্ৰাহ্মণ শ্ৰেণীত বাজে আন সকলে। লতি এক প্ৰকাৰ খিচিৰি হৈ নানা জাতিৰ সৃষ্ট হল। এই সুযোগত বহুত ইতৰ শ্ৰেণীৰ লোেকৰ উন্নতি হল, এই লোকসকলৰ আৰ্য বৰ্মৰ সাৰ গ্ৰন্থবিলাকত অধিকাৰ নাছিল। এই লোকবিলাকক কুলীন যাজক দায়ে যি ধৰ্ম বুজাই দিছিল তাত পৰে সিহঁতৰ আন ওখ বৰ্গভাৱ নাছিল। যাজক শ্ৰেণীৰ খুব প্ৰাধান্য বাঢ়িল। শেহত স্বাৰ্থলোভী যাজকবিলাকৰ শিক্ষাৰ ফলত ইতৰ শ্ৰেণীৰ লোকৰ মাজত দেৱক্স উলদেৱতা আদিৰ নিৰৰ্থক পূজা আৰু নানা প্ৰকাৰ কুসংস্কাৰ প্ৰচলিত হল। হল, পাৰাৱত, দুগ, কৰ্ম্ম, মহিষ ইত্যাদি বলিদাৰ বিশেষ অৰৰ বাঢ়িল। এনে কি, ধৰ্মব নাম কৰি নৰহত্যা পৰ্যন্ত কৰা হল। বহু দূবলৈ নাৰাওঁ, আমাৰ দেশৰ কামাখল, কেঁচাইখাতী আলি ঠাইত গোশালীৰ আগত নবলিও দিয়া হৈছিল। “ভোগী” বিলাকৰ বিবৰণ পঢ়িলে শৰীৰ শিৰি উঠে। এইবিলাক কি কাণ্ডৰ যাক- বিলাকক উদেশ্য কৰিয়েই শান্ত্ৰত বোৰ কৰে। কৈছে- “নবেনিৰ্বাপি সাবো ন ত ন সন্ততি। কাৰণানি মিজস্য বৃত্তমেব তু কাৰণ।” ব্ৰাহ্মণ বংশত জন, কিষা সংস্কাৰ, কি বেদ অধ্যয়নৰ ৰাই দ্বিজ লাভ নহয়। ব্ৰাহ্মণৰ আচাৰৰ ৰাই হে ব্ৰাহ্মণ হয়। বাস্তবিক এই অশিক্ষিত লোকবিলাকক অজ্ঞানতা আৰু কুসংস্কাৰৰ অন্ধকাৰ কুপত পেলাই থৈ নিজ স্বাৰ্থ উদ্ধাৰ কৰাই এক শ্ৰেণীৰ নীচম যাজকৰ ঘাই নীতি আছিল যে বোধ হয়। এয়ে প্ৰাচীন হিন্দু সভ্যতাৰ গাৰ ভাঙৰ চেকা। হায়, এতিয়া নানা প্ৰকাৰ নিৰধক ব্যাখ্যা sophistries কবিলেও সি চেকা মছিব নোৱাৰি। বুদ্ধ, মহাবীৰ, কৰিৰ, নানক প্ৰভৃতি মহাৱাসকলৰ নিচিনাকৈ এই অজ্ঞ হীন গতিৰ লোকবিলাকক যথাৰ্থ বণিক্ষা দি সিহঁতক উদ্ধাৰ কৰিবৰ অৰ্থে হে শঙ্কৰে ঘাইকৈ চেষ্টা কৰিছিল। শঙ্কৰে বহলকৈ ভেটি পাতি অট্টালিকা সাজিবৰ দিহা কৰিছিল। আবাৰ সেই অট্টালিকাৰ ওপৰৰ ভাগ