পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৯৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সচিপতীয়া পুথি এখনৰপৰা টোকা “শ্ৰীশঙ্কৰ লগে ব্ৰাহ্মণ ভকত। পৰম আনন্দে কথা শুনা সমাজত। প্ৰথমে দামোদৰ গোপাল বললাম। পৰমানন্দ ভাগৱত ভটাচাৰ্য নাম। কবি কণ্ঠ বিভুষণ গুৰু গুৰু ৰাম। সদশ্য পৰা (?) অনন্ত কলি জাৰ নাম॥ কলাপ কেশৰি হৰিমিশ্ৰ ৰকৰ। শ্ৰীধৰ কন্দলি হৰিমি হৰি বড়। ঘুনাথ গোপিনাথ হৰি কৰ্ণপৰ। জয়দেব বংশীবদন দাস সুৰ। ভাগৱত মিশ্ৰ জয়হৰি নিৰঞ্জন। বনমালী গোপীনাথ মদন মন। শীধৰ বিষ্ণু ৰাত্ৰা পুৰি ভাগৱত। পদ্মপাণি চতুৰ্ভুজ জগন্নাথ সন্ত। হৰিগুৰু চিৰিহৰি মাধৱচৰণ। মানল তুলসীদাস বিচিত্ৰনন্দন॥ মুৰি- দাস নাৰায়ণ কমলোচন। সিৱানন্দ সতানন্দ গোবিন্দ ৰাম || মাধৱক মুখ্য কৰি আচে ভক্ত জত। তাসম্বাৰ নাম আবে শুনিও সমস্ত॥ হৰিদাস ঠাকুক আদি ভক্তগণ। হৰিগুণ নাম কৰা শ্ৰৱণ কীৰ্ত্তন॥ কমলাকান্ত হৰি বনমালি বাম। গোবিন্দ কেশৱ বলোভ আৰু নাম। পৰমানন্দ গোবন মহাকলি হৰি। অনুমণি জগজীৱ কবিত্ৰ কেশৰি। জয়ন্তি মাধৱ হৰি বলভ শ্ৰীৰাম। মকুল গোপাল মাধৱ জাটিৰাম॥ সিৱানন্দ সতান মথুৰা জয়ানন্দ। অভয় চৰণ জদুমণি সদানন্দ। সন্ত বিভু ৰঘুনাথ মৰি মাধৱ। ৰঘুপতি ৰঘুনাথ জয়স্তা জাদৱ। ৰাম কামদেৱ ভক্তদাস গতি। পৰিক্ষিত পঞ্চানন সিৱ চিৰিপতি। শ্ৰীৰামচৰণ বনমালি জনাৰ্দন। অনন্ত লক্ষণ বিভু লক্ষ্মীনাৰায়ণ। ৰামকৃষ্ণ মহৰি গোবিন্দ কেসৱ। মথুৰ যাৰ হৰি মকুল যাদৱ। জয়ৰাম জয়বিষ্ণু জৱন গোপাল। কৃষ্ণই হৰিচৰণ ৰাতুল দাহাল। স্যামধন ৰামধন হৰিখন কাম। গোপাল চৰণ আৰৰ মদ্যি স্যাম (?)। জগত মোহনি যদুৰৰ গৰ। ভৱানল চাৰুত গতি শৰ৷ সদানল জয়ানল হৃদয় আনল। নিত্যানন্দ জয়ানল সত্য সৰ্বানল। কামেশ্বৰ কানুম সুৰ বিশ্বৰ। হৰিগতি ৰাৰগতি সন্তু মাধৱৰ॥ গদাধৰ চপা, পদ্মপাণি ৰাম। বাসুলেৰ অনিৰুদ্ধ তুলাধৰ কাৰ। সন্তভুষণ এনানি পদ্মপাণি। নাৰায়ণ হৰি ভক ভা, জানি। পাগল গলা কাল গোপাল। গোল আৰ