ভিতৰত প্ৰতে এনে কৰিলে, আৰু তেওঁৰ পিছত এ গুনে কৰি, হৰিক কৰি পুৱা হেত পুলকিত হল। এ আলু আতক থাকি নিমিত্তে ৰাষৰ ঠিক কৰি দিনত, যা আৰ পেটা থানতে কিছু দিন আনল মনেৰে ফল। ইয়াৰ পিছত ৰদুল আতাই শ্ৰীশৰদেৱৰ পঙ্গী আপুত্ৰ শাকিলেৰে সৈতে সাক্ষাৎ কৰি আকৌ ৰপেটালৈ উভতি আহিল। তাৰ পিছত ঠাকু আতাৰে সৈতেও বলা আতাই দেখাসাক্ষাৎ কৰিলে। সাতদিন ঠাকুৰ আতাৰ থানত থাকি তেওঁ ঠাকু আতাৰে সৈতে হৰিকথা আলাপ কৰি পৰম প্ৰীতি লভি আকৌ বৰপেটালৈ উভতি আহিল। ইয়াৰ পিছত যদুলা আতাই ভৱানীপুৰলৈ গৈ গোপাল আতাৰ পাশ পালত গোপাল আতাই তেওঁক অনেক সমাদৰ কৰি সাত দিন ৰাখি, ভক্তিতত্ত্বৰ কথাৰ আলাপ কৰি বিদায় দিলত তেওঁ আকৌ বৰপেটালৈ উভতি আছিল। তাৰ পিছত ৰামচৰণ ঠাকুৰৰ থানলৈ গৈ আতাই তেওঁৰে সৈতে আলাপ কৰি আকৌ বৰপেটালৈ আহিল। এইদবে আতাই সাধু মহলফলেৰে সৈতে দেখা কৰি আহি বৰপেটা থানত থাকোঁতেই গুৰুজন সাৎসৰিক কীৰ্ত্তন পালেহি। ভৱানীপুৰীয়া গোপাল আত, বৰবি আতাকে আদি কৰি সকলো কীৰ্তন উপস্থিত, কিন্তু ঠাকুৰ আত নাই। তাৰ কাৰণ নুসন্ধান কৰি তেওঁলোকে জানিবলৈ পালে যে ঠাকুব আতাৰ নৰীয়া। এই বাৰ্তা ঠাকু আতাৰ থানলৈ ববি আয়, বুচ আল আমি মনে মল, ৰদুল আতাও গল। ঠাকুব আতাই সকলোকে আৰ কৰি ন ৰ্তা আৰু জৰ কীৰ্ত্তন বাৰ্তা শুখিলে, আসলেও সৰকাৰ কৈ তে নৰীয়াৰ বাতৰি লৈ নিজৰ নিজৰ খনলৈ উভতি আহিল, কলা আকাও বৰপেটা থানত শহি। এদিন বনুল ৰ ঠ ওচৰত বহি থাকোতে, তাতে কোচ আভা এলাৰি। ঠ. কে আতাক কলে “তুমি গুম এম্বি গাত লগালৈ গৈছিল,উভতি আহোঁতে ইমান পলম হল কিয়?” এই বুলি ঠাকু আইলা আতা ফলে “শুনা আমুকাই, তুমি তুমি কেশৱচৰণৰ লগত লৈ যোৱ॥ কেশৱচ তুমি যত্ন ৩ষা কৰি ৰাখি।” ইয়াৰ পিছত ৰদুল আতাই উজাই উভতি আহি তেওঁৰ ঠাই কলি ভোট পালেহি; এলে ভক সেৱকে তেওঁক আগবঢ়াই নি পা সন্তোষ 18