শীশদেৱ আৰু শ্ৰমৰৰে 389 বুজি লৈ লৱনাতি গোসাইলে অনেক কাতুৰা কৰি ক্ষমা প্ৰাৰ্থনা কৰি দ্ৰব্য ৰ পঠিয়াই দি অপৰাৰ মৰ্ষণ কৰাই মীক আবেগ কালে। আতাৰ ওচৰলৈ অনেক লোকে অলপ-অচৰপ দ্ৰব্য ৰ হাতত লৈ আহে দেখি জয় ভাৰতী ব্ৰাহ্মণে ভাবিলে যে লৱৰতিৰে মোৰ ওচৰতে পঢ়িলে আৰু মোৰ ৰসাৱলী পুথিখনকে লৈ গৈ থাপনা কৰি অৰ ৰাই মহন্ত বোলাই নিজৰ প্ৰভাৱ বৃদ্ধি কৰি মানুহক কলাই নিছে, অথচ মই পণ্ডিত বাণ মোৰ ওচৰলৈ দ্ৰব্য বস্তু লৈ কোনো নাহে। এই দৰে ভৰি তেওঁ লাতি গোলাইক দিয়া মাত্ৰখন খতি লৈ গুচি গল। শাস্ত্ৰখন গলত আতাই অসন্তোষ মনেৰে ৰহি আছে। এনেতে জৰ ভাৰতীৰ ভায়েক হৰি আৰতী তেওঁৰ ওচৰলৈ আহিল। হৰি ভাৰতীয়ে কি হৈছে বুনি শুধিলত আতাই কলে “তোমাৰ আতৃয়ে শাত্ৰখন লৈ গল, মোৰ সেৱা চৰ্চা কৰিবলৈ শাস্ত্ৰ নাইকিয়া হল।” হৰি ভাৰতীয়ে কলে “মোৰ ঘৰত ৰাজনু শান্ত এখন আছে মই সেইথনকে দিন।” অলপ পৰৰ পিছত তাকে আনিবলৈ লোৰ পঠিয়াই দিব।” সেই কথা মতে আতাই হৰি ভাৰতীৰ ঘৰৰপৰা শাখন নি ভাবিলে “আকাশী বিপ্ৰৰ মন বুজিৰ নোৱাৰি, আকৌ কেতিয়াবা পুথিখন লৈ যাব, এতেকে ইয়াৰ নকল কৰি লেখি ৰাখিব লাগে।” এই বুলি তেওঁ শত্ৰখন কেখি ৰাখিবলৈ পত মহী যুগুত কৰিবলৈ ধৰিলে। ভাটিকুচি আতাই অৰ্থাও কেশচৰণে গুৰুজৰ বাক্যমতে উজান দেশলৈ আহি দেৱগোপাল অৰ্থাৎ বংশীগোগালৰ থান পালেহি। বটত ভাটকটি আতাৰ কোনো বিপদ বোৱা নাছিল, মাত্ৰ তেওঁ তিনটি ভয় পাইছিল-- এটি এটা খট, এটি এটা হাতীৰ আৰু আন এটা মহৰপৰা। বী গোপাৰদেৱক আটকুচি আতাই গুৰুজনৰ আল নাই নাও দিব লাগে বুলি কলত বংশীগোপলে দিম বুলি স্বীকাৰ কৰিলে। তেওঁ আতাৰ নামৰতে ভোজন কবিলৈ দিহা কৰাই দিলত, আৰ চাউল সিইছে, ভাত খৰু বক্কৈ উতলিছে, এনেতে তেওঁ ভিতৰগৰ ইকৰাৰ বেৰৰ বিন্ধাইলিদেখিলে আৰু শুনিলে,দেৱ গোপালৰ চাৰিজন ভকতে আহি দেৱ গোপাল ওচৰত বহি কোন কৰপৰা আহিল, বুলি ভাটকুচি আতাৰ কথা তেওঁক শুধিলত, দেৱগোপলে তেওঁলোকক কলে, “শুকনৰ আজ্ঞা হৈছে, নাও পঠিয়াই দিবলৈ।” ভকত কেনে কলে “তেনেহলে আপুনি জেলে