এীৰদেৱ আৰু বীমাধৱদে ২৪১ পাৰে। হৰি নামে ব্ৰাহ্মণ এজনৰ পুখুৰীৰ পাৰতে তেওঁ তেওঁৰ ভাগি নিয়ে জগন্নাথচৰণৰ হতুৱাই ঘৰ এটি সজোৱাই জয় ভাৰতীৰৰ বিদায় লৈ তালৈ উঠি গল। তাত তেওঁ ভাগিনিয়ে জগন্নাথৰণৰে সৈতে মনৰ সুখেৰে থাকি ওৰে দিনটো ৰামৰমীয়াসকলৰ লগত নাম গাই ফুৰিবলৈ ধৰিলে। স্নেহশীলা বৌমাকে মনে মনে গৈ হৰিপুখুৰীৰ সেই হাতে দেওৰেকক খৰৰ বই দি আহে গৈ। এদিন তাকে দেখি মামীয়ে ভাৰ্যাক নথৈ পালিবলৈ ধৰিলে। এখন ৰা কাচি আতাৰ লগত আছিল; ককায়েক শৰদালে অকো কচাই নিলে। অমৰ অভাৱত আতাৰ মস্কিল হল। সচুলি কমাৰ নামে কৰ এজন সেই ডোখতে আছিল; চৰিত্ৰত আছে, কমাৰে ৰাতি স্বপ্ন দেখিলে যে তেওঁক যত এজন অলৌকিক পুৰুষে এখন কটাৰী খুজিছে। কমাৰে বৰ কথা মনত কৰি ৰাতিপুৱা খাল পাতি কটাৰী দুখন গঢ়ি ভাবিছে, কি দেখিলোঁ, কাক কটাৰী দিম। এনেতে চাৰি সঁড়ি মান বেলি যোত জগন্নাথচৰণে আহি কমাৰক কলে “গোসাই মামাই এখন কটাৰী খুজি কে তোমাৰ ওচৰলৈ পঠিয়াই দিলে।” এই কথা শুনি কৰে আনমনেৰে দুখন কটাৰী তেওঁৰ হাতত আতালৈ পঠিয়াই দি কলে “এই দুখন কটাৰী লৈ যোৱা আৰু দুখন কটাৰী গঢ়ি মই তেওঁলৈ পঠিয়াই দিম। জগন্নাথচৰণে কটাৰী দুখন লৈ মোমায়েকক দিলত, আতাই কলে “আগেয়ে ছিগা কাচি এখনেৰেই মোৰ কাম চলিছিল, এতিয়া মোৰ দুখন কটাৰী হল। আৰু মোক কটাৰী নালাগে বুলি তুমি কমাৰক কোৱাগৈ। মই মোৰ মনক বঢ়াই নিদিওঁ।” দিনে দিনে পদ্ম আতাৰ মনত বিষয়ত বিৰকতি আৰু হৰিত ভকতি বাঢ়িবলৈ ধৰিলে। ঈশ্বৰৰ গুণ না গাই ঈশ্বক ব্যান কৰি, সত্য শৌচ দয়া আচৰি তেওঁ কাল কটাবলৈ ধৰিলে। প্ৰভাততে উঠি স্নান কৰি পুপ তুলসীৰ মালা গাথি চলন দি শাৰ ওপৰত থাপি একান্তমনে হৰিনাম গান আৰু হৰিধান কৰি থাকে। চাৰিওফালৰ লোকে তেওঁৰ ভক্তিভাৰ আৰু শৰপৰায়ণতা দেখি তেওঁক প শ কৰি তেওঁৰ ওচৰলৈ আহি দুবকথা শুনি তেওঁলৈ শ্ৰব্য এত ৰৈ যাবলৈ ধৰিলে। তেৱে সকলোকে যু, বাক্যেৰে তুমি গুপণ দি সাদ সাৰণ কৰি সন্তুষ্ট কৰি পঠিয়ায়। এইদৰে তেওঁৰ পবিত্ৰ বশ চাবিউফালে বিৰিত হবলৈ ধৰিলে। সকলোৱে