পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/২৪৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এশৰৰে আৰু মাধৱদে হৰিৰ আতাই শেৱাচাঙতে বহি তাতে চপৰািই ৰাদ্য বজাই তেওঁৰ ভাৰ্যাক নাচিবলৈ কৈ নচুৱায়। এই কথা তু পাই সেৱকসকলে মাধৱদেৱক জনালত, মাধৱদেৱে কলে “হৰিহৰে মাক নচুৱায়। গুণৱতী মায়াই সকলোকে নচুৱায়, সেই মায়াকে হৰিহৰে ৰাৰ লাগিছে।” চতৰ বিহুৰ সময় আহিল। হৰিহৰ আতৰ ভাৰ্যাক তেওঁৰ পিতা-মাতাই নিজৰ ঘৰলৈ আনিব খুজিলত, হৰিহৰে ভাৰ্যাক বাপেক মাকৰ ঘৰত পকান্ত সিদ্ধান্ত খাবলৈ নিষেধ কৰি পঠিয়ালে। তেওঁ নেওঁ বুলি প্ৰতিজ্ঞা কৰি মাক- বাপেকৰ লৈ গল। কিন্তু মাকে বক ৰেপি নেপি ধৰিলত তেওঁ এৰাৰ নোৱাৰি পিঠা এখনৰ এভোখৰ মুখত দিলে। ঠিক তেনে সময়তে হৰিহৰে আহি বাহিৰৰপৰা ভাৰ্যাক কলে “তই মোৰ বাক্য নামানিলি। পৰণ হৈ ভজা পিঠা খালি। এতেকে তই ইয়াতে থাক, আৰু তোক মোক নালাগে।” এই কথা কৈমেই হৰি গুচি আহিল। মাক বাপেক আৰু ভাৰ্য্যই কত বিনয় কৰিলে, কত প্ৰাৰ্থনা কৰিলে, তথাপি হৰিহৰে নুশুনি ভাৰ্যাৰ অলঙ্কৰ কাপোৰ আদি সকলো বত বাপেক মাকক ওতোতই দি, তেতিয়াই সেই ঘৰ বাৰী আৰু ভাৰ্যাক পৰিহাৰ কৰি গুচি গল। এই কথা মাধৱদেৱে শুনি কলে “বেয়ে সেৰে হৰিহৰৰ নিচিনাকৈ নৱ নাৰী নৱ বাৰী এৰিব নোৱাৰে।” হৰিহৰে। ৰাৰী ভাষা কুটু পৰিত্যাগ কৰি বালক সকলেৰে সৈতে হৰিনাৰ গাই ঘুৰি ফুৰিবলৈ ধৰিলে। হৰিদাল বণিয়া শ্ৰীশৰদেৱৰ শিষ্য। এনি ভকতসকলে মাধৱদেৱক ফলে “হৰিদাসৰ মতি গতি বৰ ভাল নহয়, তেওঁ আপোনাক বিশেষ সমাদৰ আৰু ভকতি নকৰে।” মাধৱদেৱে হৰিদালক বেহুকৈ জানে দেখি সেই কত প্ৰত্যয় নকৰিলে। তথাপি ভকতালে সেই কথা কেইবাবাৰে কোৱা দেখি তেওঁ তেওঁলোকৰ কথা যে ভুল তাৰ প্ৰমাণ দেখুৱাবলৈ হৰিদাস ৰণিয়াক কলে “হৰিদা, তোমাৰ মৰ্য বৰ সকলো আত সমৰ্পণ কৰা।” তেওঁ উত্তৰ দিলে “ৰাপ, মোক মোৰ গৃহলৈ আৰলৈ অনুমতি কৰক, এতিয়াই মই সকলোকে আনি দিম।” এই বুলি ৰণিই সেই কথা তেওঁৰ গৃহিণীক কত গৃহিণীয়ে বলে “আমাৰ কি সৌভাগ্য উদয় হল, গুৰু পৰে আমাৰ যথাসৰ্বদ গ্ৰহণ কৰিব খুজিছে; বিল নকৰি তুমি এতিয়াই সকলে এন ৰ লৈ গৈ সেৱকেৰে সৈতে মনৰ অৰত সমৰ্পণ কৰা গৈ।” গৃহিণীৰ এই কথা শুনি বণিয়াৰ সতেষিত মনেৰে তেতিয়াই তেওঁৰ মৰ্য 16