পৃষ্ঠা:Mahapurus Sri Sankardev Aru Sri Madhavadev.djvu/১১৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০২ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ এই কথা শুনি ৰজাই সন্তোষ লভি তেনে কৰিবলৈ আজ্ঞা দিলে, আৰু আদেশ প্ৰচাৰ কৰিলে যে তেওঁ শঙ্কৰদেৱক তাঁতীকুচি আদি ৰাজ্যখণ্ডৰ ওপৰত অধিকাৰ প্ৰদান কৰি পাটবাউসীত বৰভূঞা পদত অভিষেক কৰিলে আৰু সেই খণ্ডৰ ৰাজ্যৰ চৰ্চা, পালন আক শাসন কৰিবলৈ ক্ষমতা দিলে। ককায়েক নৰনাৰায়ণ ৰজাৰ হাতত শঙ্কৰদেৱে এইদবে সমান আৰু সমাদৰ পোৱাত শুৰুবজে পৰম আনন্দ লাভ কৰি, শঙ্কৰদেৱক আকৌ নিজৰ ঘৰলৈ লৈ আহি স্বামী স্ত্ৰী দুযযা তেওঁৰ ওচৰত শৰণ লবণ নিমিত্তে অনেক অনুনয় বিনয কবি প্ৰাৰ্থনা কৰিলত, শঙ্কৰদেৱে তেওঁলোকক শবণ দিলে। ইয়াৰ পিছত শুধতে শঙ্কৰদেৱক নও মানুহ লগত দি পাটবাউসীত থোৱাই দিয়ালে। পাটবাউসী পাই শঙ্কৰদেৱে তীবোৰক মতাই অনাই ৰজাৰ আদেশ গুনাই বৃন্দাবনীযা কাপোৰ ববলৈ লগাই দি, কেনেকৈ কেনেকৈ পট বৈ যাব লাগিব দেখুৱাই দিলে। প্ৰথমতে কাপোব ধনত কৃষ্ণজম হোৱা সূতিকাগৃহ তেলালে; তাৰ পিছত বসুদেবে কৃষ্ণক কোলাতকৈ পলুৱাই লৈ গৈ যমুনা পাৰ হৈ যেনেকৈ নন্দৰ ঘৰ পালেগৈ তাক তোনালে , তাৰ পিছত যেনেকৈ কৃষ্ণই পুতব শুহিলে, শকট ভাঙিলে, চক্ৰবাত অসুৰক বধ বৰিলে, মাটি খালে, দৈৰ ভাণ্ড ভাঙিলে, অজন ভঞ্জন কৰিলে, অঘ, বক, বৎসক বিনাশ কৰিলে, বন ভোঙ, বিৰিঞ্চি-মোহন, তালফল ভক্ষণ, ধেনুকা- সুৰ বিনাশন, কালীদমন, ব 'হিপান, গোপীৰ বস্ত্ৰহণ, অন্য প্ৰাৰ্থন, দ্বিজ পত্নীসকলৰ প্ৰসাদ লাভ, বন্ধন ধাৰণ, বৃষ্টি নিবাৰণ, গোপিনী ৰমণ, শঙ্খচুৰ বধ কৰি গোপী উলি, বলভদ্ৰব দ্বাৰাই প্ৰলম্ব বধ, অৰিষ্ট, ব্যোম, বেশিঅসুৰ বধ, নাবদে আছি -ক প্ৰণমি সকলো বাৰ্ত। কোৱা, অক্ৰৰে কৃষ্ণক ৰথত তলি মথুৰালৈ নে যোৱা, ৰকক মৰা, বেশকাৰক সাৰূপা মুক্তি দিযা, সুদাম মালীক ৭ দিযা, কুঁজীক ঋভু কৰা, কংসৰ ধনুৰ্ভঙ্গ, কবল হস্তীবধ, চানুৰ মুষ্টিৰেৰে সৈতে মালযুজ আৰু সিহঁতক বধ, আৰু কংসবধ, শ্ৰীকৃষ্ণৰ লীলাৰ। ' #শ্যবিলাকৰ পট কাপোত নানা বৰণীয়া সূতাৰে বোৱাই তুলিলে। এই সপোৰ বোৱাবলৈ শঙ্কৰদেৱে ভকতসকলেৰে সৈতে দিনৌ ততীকুচিলৈ গৈছিল, আৰু দিনৌ এবেগতকৈ বোৱাইছিল। এদিন শঙ্কৰদেৱব অলপ গা ব্যে হলত, তেওঁ মাধৱদেৱক সেই কাপোৰ বোৱাবলৈ যাবলৈ কলে। মাধৱে গুৰুৰ বাক্য শুনি তাঁতীকুচিৰ কাৰ্ষণ।